--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০ ঘণ্টাৰো অধিক সময় অবিৰতভাৱে খাদ্য গ্ৰহণ কৰিব লাগে। ছ’চিয়েল মিডিয়াত এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল ২৪ বছৰীয়া পান জিয়াওটিঙে। ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ পেন চীনৰ বাসিন্দা।

ছ’চিয়েল মিডিয়া পেজত লাইভ আহি সেই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ বহিল। কিন্তু অত্যধিক খোৱা-বোৱা খোৱাৰ বাবেই পানৰ মৃত্যু হয়।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পানে ছচিয়েল মিডিয়াত লাইভত বিভিন্ন প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। তাৰ বাবেই ফ’ল’ৱাৰৰ সংখ্যাও বাঢ়ি আহিছিল। শেহতীয়াকৈ এটা নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ পানে ১০ কেজি খাদ্য লৈ খাবলৈ বহিল।

মাক-দেউতাকৰ নিষেধাজ্ঞাৰ পিছতো তেওঁ নুশুনিলে। ১৪ জুলাইত ১০ ঘণ্টা ধৰি একেৰাহে খাই-পানী খোৱাৰ পিছত চীনৰ যুৱ প্ৰভাৱশালী যুৱকজনৰ মৃত্যু হয়। এই কাণ্ডৰ সন্দৰ্ভত এজন নেটিজেনে কয় যে, "সঁচাকৈয়ে মই বুজি নাপাওঁ যে এজন ব্যক্তিয়ে এনে কাম কৰিলে কোনেও ভিডিঅ'টো কেনেকৈ চাব পাৰে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক