--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিধানসভা নিৰ্বাচনলৈ মাজত মাথোন কেইটামান দিন বাকী৷ এনে সময়তেই ভোটাৰক সজাগতাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ দেওবাৰে পুৱাই মহানগৰীত চাইকেল ৰেলীৰ জৰিয়তে ভোটাৰক সজাগ কৰিবলৈ প্ৰয়াস কৰে৷

আৰু পঢ়িব পাৰিব :কাৰাগাৰৰ পৰা অসমবাসীলৈ মুকলি চিঠি প্ৰেৰণ অখিলৰ…

CYCLOTHON FOR DEMOCRACY RIDE TO VOTE ৰে এই সজাগতামুলক ৰেলী উলিয়াই৷ ৰেলীত অংশ লয় অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই৷ ডেৰশৰো অধিক চাইকেলিষ্টে অংশগ্ৰহণ কৰে এই ৰেলীত৷

আৰু পঢ়িব পাৰিব :মহাৰাষ্ট্ৰৰ কেমিকেল ফেক্টৰীত বিস্ফোৰণ, নিহত চাৰিজন

পেৰাচাইক্লিষ্ট ৰাকেশ বণিকৰ নেতৃত্বত ৰেলী অনুষ্ঠিত হয়৷ উল্লেখ্য যে দেওবাৰৰ পৰা ১২ দিনৰ বাবে সজাগতা ৰেলী কৰিব ৰাকেশে৷ অসমৰ ১২ খন জিলাত ভোটাৰক সজাগতাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ