--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: নতুন দিল্লীত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ। জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুন বৰা, দেৱব্রত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, ৰাণী নৰহ, সুস্মিতা দেৱ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৰানা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন চিকদাৰে সাক্ষাৎ কৰে তেওঁলোকক। উপ-নিৰ্বাচন, দলীয় অনুশাসন আৰু আগন্তুক দিনত দলক আগুৱাই নিয়াৰ নীতি সন্দৰ্ভত আলোচনা লিপ্ত হয় কংগ্ৰেছ নেতাসকল৷

দিল্লীত ‘প্ৰাগ নিউজ’ৰ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত ভূপেন বৰাই উল্লেখ কৰে যে, উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা হৈছে৷ ৫গৰাকী নেতাক ৫টা সমষ্টিৰ দায়িত্ব দিয়া হৈছে। মিত্ৰতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছক সিদ্ধান্ত লোৱাৰ দায়িত্ব দিছে৷ লগতে তেওঁ কয় যে, ‘অখিল গগৈলৈ মোৰ শুভ কামনা আছে, আমাৰ দলৰ নেতা-কৰ্মীয়ে যেনেকৈ মোক আগুৱাই যাবলৈ দিব তেনেকৈয়ে আগুৱাই যাম।’

আনহাতে দেৱব্ৰত শইকীয়াই মন্তব্য কৰে যে, ‘বিজেপিলৈ দুই-চাৰিজন কংগ্ৰেছ নেতা যাব পাৰে। নিজৰ স্বাৰ্থৰ বাবে যাব, দলৰ আদৰ্শৰ প্ৰতি বিশ্বাস নথকাসকল যাব পাৰে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ