--°C
Loading...
Listen to Article
2 min read
80%

আগৰতলা : ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু চিপিআই(এম)ৰ সমৰ্থকৰ মাজত সংঘৰ্ষ। কালি সন্ধিয়া সংঘটিত হোৱা এই সংঘৰ্ষত কমেও পাঁচজনকৈ লোক আহত হৈছে। ইয়াৰ ভিতৰত দুজন আৰক্ষীৰ লোকো আছে। এই ঘটনাৰ পাছতে আৰক্ষীয়ে তিনিটাকৈ গোচৰ ৰুজু কৰিছে।

কালি সন্ধিয়া খোৱাই জিলাত এই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। এই সংঘৰ্ষৰ বাবে দুয়োটা দলে পৰস্পৰক দোষ দি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। এই সম্পৰ্কে তথ্য প্ৰকাশ কৰি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া ৰাজীৱ সূত্ৰধৰে বিষয়টোৰ তদন্ত চলি থকা বুলি প্ৰকাশ কৰিছে।

সংঘাতত লিপ্ত হোৱা বিজেপি আৰু চিপিআই(এম)ৰ সমৰ্থকসকলে দুয়োটা দলৰে দুটা কাৰ্যালয়ৰ ক্ষতিসাধন কৰাৰো অভিযোগ উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ