--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশত কৰ’নাৰ দ্বিতীয় ঢৌৰ আশংকা৷ কেন্দ্ৰই জাৰি কৰিলে নতুন গাইডলাইন৷ এপ্ৰিলৰ পৰা বলবৎ হ’ব নতুন ক’ভিড বিধি৷ ৰাজ্যই স্থানীয়ভাৱে আৰোপ কৰিব পাৰিব নিধেষাজ্ঞা৷ কণ্টেইনমেণ্টৰ বাহিৰত নাথাকে বাধা নিষেধ৷ কঠোৰভাৱে ৰূপায়ণ কৰিব লাগিব ক’ভিড পৰীক্ষা বিধি৷ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ৷ দ্ৰুত হাৰত টিকাকৰণ বৃদ্ধিৰ নিৰ্দেশো প্ৰদান কৰে কেন্দ্ৰই৷

আৰু পঢ়িব পাৰিব :৫০ বছৰীয়া লোকৰ কামনাৰ বলি হৈ ৭ মাহৰ অন্তঃসত্ত্বা ১২ বছৰীয়া কিশোৰী

এটা দিনত ৪৭,২৬২জন লোকৰ দেহত ধৰা পৰে নতুন কৰ'না ভাইৰাছৰ উপস্থিতি৷ যাৰ ফলত এই ঘটনাই উদ্যেগৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতেই। এই বছৰ এতিয়ালৈকে সৰ্বাধিক একক দিনৰ বৃদ্ধি, দেশজুৰি ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১,১৭,৩৪,০৫৮লৈ বৃদ্ধি পায়৷ কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰালয়ে বুধবাৰে এই তথ্য সদৰী কৰে।

আৰু পঢ়িব পাৰিব :‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ ১১ ঘণ্টীয়া অনশন…

সক্ৰিয় ক'ভিড-১৯ৰ ঘটনা বিগত ১৪ দিনত দৈনিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ আৰু এই বিগত দিন কেইটাত ৩,৬৮,৪৫৭  লৈ বৃদ্ধি হয় কৰ'না ভাইৰাছ সংক্ৰমণৰ ঘটনা৷ যাৰ ভিতৰত মুঠ সংক্ৰমণৰ ৩.১৪ শতাংশ হয়৷ আনহাতে আৰোগ্যৰ হাৰ ৯৫.৪৯ শতাংশলৈ হ্ৰাস পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ