--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : চৰকাৰৰ ৰোষত পৰিছে বলীউডৰ অভিনেতা ছনু ছুদ। বুধবাৰে ছনু ছুদৰ মুম্বাইস্থিত বাসভৱনত চলিল আয়কৰ বিভাগৰ তালাচী। দিল্লী চৰকাৰৰ শিক্ষা বিভাগৰ এক বিশেষ কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিয়োজিত হোৱাৰ পাছতে ছনু ছুদৰ বাসগৃহত চলিল আয়কৰৰ এই তালাচী। অৱশ্যে আম আদমী পাৰ্টীত যোগদান কৰা সম্পৰ্কত ছনু ছুদে নিজৰ স্থিতি স্পষ্ট কৰা নাই।

আনহাতে হঠাতে অভিনেতাগৰাকীৰ বাসভৱনত চলা আয়কৰ বিভাগৰ এই তালাচী কাৰ্যত ক্ষোভিত হৈছে অনুৰাগী।
উল্লেখ্য যে ৪৮ বছৰীয়া ছনু ছুদে কোভিডকালত বহুতৰে বাবে ত্ৰাণকৰ্তা হিচাপে ঠিয় দিছিল। লকডাউনৰ ফলত বিভিন্ন স্থানত আবদ্ধ হৈ পৰা হাজাৰ হাজাৰজনক উদ্ধাৰ কৰি নিজ গৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল ছনু ছুদে।

তেওঁৰ এই মহানুভৱতাৰ বাবে সমাদ্ৰিত হৈছিল সমগ্ৰ দেশতে। সেয়েহে ছনুৰ বাসভৱনত আয়কৰৰ অভিযানক সহজে ল’ব পৰা নাই বহুতেই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক