--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো ধৰ্মতে দান বিশেষকৈ গুপ্ত দানৰ বহুত মাহাত্ম্য আছে। হিন্দু ধৰ্মত পূজা-পাঠ, ব্ৰত, ধাৰ্মিক উৎসৱ আদিত দান দিয়াৰ নিয়ম প্ৰচলন আছে। ধৰ্মীয় শাস্ত্ৰত দান-বৰঙণিক এক অতি পূণ্যৰ কাম বুলি বৰ্ণনা কৰা হৈছে। ইয়াত গুপ্ত দানক অধিক গুৰুত্ব দিয়া হৈছে। দান দিয়া ব্যক্তিজনে কেৱল দানৰ ফল পোৱাই নহয় তেওঁৰ উত্তৰ প্ৰজন্মইও ইয়াৰ ভাল ফল লাভ কৰে। উল্লেখ্য যে গ্ৰীষ্মকালত বস্তু দান কৰাটো বহুত ভাল বুলি গণ্য কৰা হয়।


1) পানী দানঃ গ্ৰীষ্মকালত পানী দান কৰাটোৱেই উত্তম বুলি কোৱা হয়। ইয়াৰ বাবে পানী বা ঠাণ্ডা পানীৰে ভৰা কলহ দান কৰিব লাগে। ভিক্ষাৰী বা কোনো পথচাৰীক পানী আৰু চৰবত খাবলৈ দিয়ক। তেনে কৰাটো বৰ লাভজনক।


২)ফল দানঃ ফল দান কৰিলেও বহুত ফল পোৱা যায়। যিসকলে সন্তান জন্ম দিব বিচাৰে, তেওঁলোকে এই বতৰত আৰ্তজনক ৰসযুক্ত ফল দান কৰিব লাগে। মনত ৰাখিব যে সদায় গোটা ফল দান কৰক, ফল কাটি কাকো নিদিব।


৩)গুড় দানঃ যদি ৰাশিচক্ৰত সূৰ্য্য শক্তিশালী হয় তেন্তে ব্যক্তিজনে জীৱনত বহুত সফলতা লাভ কৰে। সন্মান বাঢ়ে। গুড় দান কৰিলে ৰাশিচক্ৰত সূৰ্য্য শক্তিশালী হয়।


৪)দৈ দানঃ দৈ খোৱা স্বাস্থ্যৰ বাবে অতি উপকাৰী। বিশেষকৈ গৰমৰ দিনত দৈ আৰু মাখন সেৱন কৰাটো বাঞ্ছনীয়। ইয়াৰ লগতে এই বতৰত মিঠা দৈ দান কৰিলে আপোনাৰ ৰাশিফলত শুক্ৰ গ্ৰহটো শক্তিশালী হ’ব।


৫)চাটুগুড়ি দানঃ গ্ৰীষ্মকালত চাটুগুড়ি(শুকান বুটৰ গুড়ি) দান কৰাটোও অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ৰাশিচক্ৰত বৃহস্পতি শক্তিশালী হয় আৰু ইয়ে ভাগ্য বৃদ্ধি কৰে আৰু প্ৰতিটো কামতে সফলতা লাভ কৰাত সহায় হয়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ