--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বহু মহিলাৰ মাজত দেখা পোৱা এটা সাধাৰণ সমস্যা হ'ল মুখত অবাঞ্ছিত চুলি গজাৰ সমস্যা। বিউটি পাৰ্লাৰলৈ গৈ বা ফেচিয়েল কৰি অবাঞ্ছিত চুলি আঁতৰ কৰিলেও কিন্তু ই স্থায়ী নহয়। মুখত অবাঞ্ছিত চুলি বৃদ্ধিৰ সমস্যা তথা নিৰাময় কৰিবলৈ হ'লে জীৱনশৈলীৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব৷ 

মহিলাৰ মুখত অবাঞ্ছিত চুলি গজাৰ কাৰণ হৈছে-

বিশেষজ্ঞসকলৰ মতে অত্যধিক তেলেতীয়া খাদ্য আৰু তেলেতীয়া মাছ খোৱাৰ ফলত মুখৰ চুলি বৃদ্ধিৰ সমস্যা হয়। মাছত উপকাৰী অমেগা-৩ ফেটি এচিড থাকে। যি চুলি ৰস বৃদ্ধিত সহায় কৰে। ই একপ্ৰকাৰৰ প্ৰ'টিন। কিন্তু অত্যধিক মাছ খোৱাটোৱে মহিলাসকলৰ ক্ষেত্ৰত টেষ্টোষ্টেৰনৰ স্তৰ বৃদ্ধি কৰে। ফলস্বৰূপে মুখত চুলি বাঢ়ে। 

বহু মহিলাই কাৰ্যালয়ত বা ঘৰত অত্যধিক কফি খায়। বিশেষজ্ঞসকলৰ মতে যথেষ্ট পৰিমাণে কফিসদৃশ খাদ্য খোৱাৰ ফলতো এই সমস্যাৰ উদ্ভৱ হয়।

বিভিন্ন কাৰণত সকলো লোকৰ মাজত চিন্তা, মানসিক চাপ থাকে। কিন্তু যিদৰে অত্যধিক চাপৰ ফলত মানসিক স্বাস্থ্য ক্ষতিগ্ৰস্ত হয় আৰু শৰীৰত বহু সমস্যাৰ সৃষ্টি কৰে। বিশেষজ্ঞসকলৰ মতে, অত্যধিক চাপৰ বাবেও এই সমস্যাৰ উদ্ভৱ হয়।

ধূমপান আৰু সুৰাপানৰ ফলতো স্বাস্থ্যৰ বহু ক্ষতি হয়। অত্যধিক ধূমপান আৰু সুৰাপানৰ অভ্যাস বহু মহিলাৰ ক্ষেত্ৰত দেখা যায়। এই বদঅভ্যাসৰ বাবেও এই সমস্যাৰ উদ্ভৱ হয়। লগতে পৰ্যাপ্ত টোপনি নাথাকিলেও মুখত অবাঞ্ছিত চুলি বৃদ্ধিৰ সমস্যা হ'ব পাৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ