--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন দাখিলৰ ৰেলীত মুখামুখি নিৰ্বাচনী হিংসা।

ডিজিটেল ডেস্ক: চামগুৰিৰ ম'হখুলিত নিৰ্বাচনী হিংসা। কংগ্ৰেছৰ নেতা-কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন বিজেপিৰ সমৰ্থক। কংগ্ৰেছী গুণ্ডা বাহিনীয়ে মূৰ ফালিলে বিজেপিৰ কৰ্মীৰ।

বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন দাখিলৰ ৰেলীত মুখামুখি নিৰ্বাচনী হিংসা।

গুৰুতৰভাৱে আহত বিজেপি কৰ্মী দুজন নগাঁও মেডিকেলত চিকিৎসাধীন হৈ আছে।

সমাজ বিৰোধী চক্ৰই কংগ্ৰেছত যোগদান কৰাৰ পিছতেই সংঘটিত হয় প্ৰথমটো নিৰ্বাচনী হিংসা। কালি সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিছিল কেবাজনো দাগী অপৰাধীয়ে।

উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী হিংসাত লিপ্ত থকাৰ মূল অভিযুক্ত মোক্তাৰে কালি যোগদান কৰিছিল কংগ্ৰেছত। তিনিটাকৈ নিৰ্বাচনী হিংসাত জড়িত থকাৰ গোচৰত অভিযুক্ত মোক্তাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক