--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ‘'কা' নহয়, চাকৰি লাগে’। এই শ্লোগানেৰে আজি ৰাজীৱ ভৱনত প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে কংগ্ৰেছ দলে। অসমৰ যুব-প্ৰজন্মক ‘কা' নালাগে, চাকৰিহে লাগে বুলি উল্লেখ কৰি কংগ্ৰেছৰ চৰকাৰ হ’লে এমাহৰ ভিতৰেই ৫লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি ঘোষণা কৰিছে দলটোৱে৷

আৰু পঢ়িব পাৰিব : মনোনয়ন প্ৰত্যাহাৰ কৰি যোগ দিলে বিজেপিত প্ৰাক্তন মন্ত্ৰীয়ে !

আজি এ আই চি চিৰ ৰাষ্ট্ৰীয় আহ্বায়ক প্ৰণৱ ৱছৰাজানী, এ আই চি চি মিডিয়া বিভাগত অধ্যক্ষ ডঃ সুমিত ডুবেই এখন সাংবাদমেলৰ সম্বোধন কৰে৷ সংবাদমেলত নেতা দুগৰাকীয়ে অভিযোগ কৰে যে, বিজেপিয়ে ৫বছৰত ৫লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু কেৱল ৮০ হাজাৰকহে বিজেপিয়ে চাকৰি দিবলৈ সক্ষম হৈছে বুলি তেওঁলোকে অভিযোগ কৰে৷

আৰু পঢ়িব পাৰিব : এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰত কেমিকেলযুক্ত শুকান মাছ! জনস্বাস্থ্যৰ প্ৰতি ভাবুকি

কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে সকলো পালন কৰিব বুলিও নেতা দুগৰাকীয়ে দাবী কৰে৷ বিভিন্ন বিভাগত খালী হৈ থকা সকলো কংগ্ৰেছে পদ পূৰণ কৰিব বুলি সংবাদমেলখনত দাবী কৰে নেতা দুজনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ