--°C
Loading...
Listen to Article
2 min read
80%

আমগুৰিঃ আমগুৰি সমষ্টিৰ বিধায়ক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। নিশা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বিধায়কজনৰ গাড়ীত আক্ৰমণৰ চেষ্টা পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৰ। দুৰ্বৃত্তৰ দলটোৰ AS 03 H 1755 নম্বৰৰ ইণ্ডিকা গাড়ী খনেৰে বিধায়কৰ গাড়ীত খুন্দিওৱাৰ চেষ্টা চলায়।

আৰু পঢ়িব পাৰিব : ‘ট্ৰাম্প বুদ্ধ’ : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নতুন অৱতাৰ

বিধায়কৰ গাড়ীত খুন্দিয়াই প্ৰথমে পলায়ন কৰিছিল পাঁচজনীয়া দলটোৱে। চাৰিঙত ৰাইজৰ সহযোগত কৰায়ত্ত কৰা হয় দলটোক। গাড়ীখনৰ চাৰিজন দুৰ্বৃত্তই পলায়ন কৰে। গাড়ীসহ এজন দুৰ্বৃত্তক কৰায়ত্ত কৰে ৰাইজে। নিশাই ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ গাড়ীসহ দুবৃৰ্ত্তটোক আটক কৰে।

আৰু পঢ়িব পাৰিব : এমাহতে ৫ লাখক চাকৰি দিব কংগ্ৰেছে : প্ৰচাৰ অভিযান আৰম্ভ

গাড়ীত সুৰাৰ বটল, ৰ’ড উদ্ধাৰ হয়। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আনহাতে অসম যুৱ পৰিষদে বিধায়ক প্ৰদীপ হাজৰিকাৰ নিৰাপত্তা অধিক কটকটীয়া কৰিবলৈ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ