--°C
Loading...
Listen to Article
2 min read
80%

ধুবুৰী : ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ ভোটকেন্দ্ৰত অথন্তৰ৷ উত্তেজিত ভোটাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰি শূন্যলৈ গুলী চালনা কৰিবলগীয়া হয় সুৰক্ষা বাহিনীয়ে৷ ঘটনাৰ স্থান ধুবুৰীৰ গোলকগঞ্জৰ দীঘলটাৰীত৷

আৰু পঢ়িব পাৰিব : নিশা ১২ বজালৈকে আৰক্ষীৰ জিম্মাত থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

জানিব পৰা মতে, ২০৮ নং দীঘলটাৰী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰ চৌহদত দুটা ফৈদৰ মাজত তীব্ৰ মাৰপিটৰ সৃষ্টি হৈছিল৷ ভোটদানৰ বাবে চৰকাৰীভাৱে প্ৰদান কৰা মাস্কৰ ভিতৰত থকা তামৰ তাৰে বিশেষ ৰাজনৈতিক দলক উপকৃত কৰিব বুলি চলা অপ-প্ৰচাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় কাজিয়াৰ৷ কাজিয়াই মাৰপিটৰ ৰূপ লোৱাত কেন্দ্ৰত নিয়োজিত সুৰক্ষা বাহিনীয়ে প্ৰহাৰ কৰি আঁতৰাই দিয়ে কাজিয়াত লিপ্ত হোৱা ৰাইজক।

আৰু পঢ়িব পাৰিব : ৪৪গৰাকী কিন্নৰে সাব্যস্ত কৰিলে ভোট

কিন্তু ভোটদান কৰি ওলাই আহিবলৈ ধৰা ভোটাৰকো তীব্ৰ প্ৰহাৰ কৰে সুৰক্ষা বাহিনীয়ে। ফলত ৰাইজ উত্তপ্ত হৈ ঘেৰি ধৰি প্ৰহাৰ কৰে এগৰাকী সুৰক্ষা বাহিনীৰ লোকক৷ ঘটনা বিষম দেখি ৰাইজক ছত্ৰভংগ দিবলৈ সুৰক্ষা বাহিনীয়ে এজাই গুলী শূন্যলৈ চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ