--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ ‘এয়া ন্যায় ব্যৱস্থাৰ জয়, মই সকলোকে ধন্যবাদ জনাইছোঁ’- বহু প্ৰত্যাক্ষিত আৰু চৰ্চিত কাৰাৰুদ্ধ অখিল গগৈ আজি দোষমুক্ত হ'ল৷ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক নিয়া আদালতে সকলো অভিযোগৰ পৰা মুক্তি দিছে আৰু শীঘ্ৰেই জামিনত মুক্তি দিয়া হ'ব তেওঁক। মুক্তিলাভ কৰাৰ পাছতেই সংবাদিকৰ আগত ন্যায় ব্যৱস্থাৰ জয় বুলি মনোভাব প্ৰকাশ কৰে বিধায়কগৰাকীয়ে৷ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই আন এটা গোচৰত নিৰ্দোষ সাব্যস্ত হোৱাৰ কেইদিনমানৰ পাছতে অসমৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে একমাত্ৰ অমীমাংসিত ইউএপিএ আৰু ৰাজদ্ৰোহৰ গোচৰত এক পৰিপূৰক অভিযোগ-পত্ৰৰ প্ৰস্তাৱ দিছিল।

শেহতীয়া ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ২০১৯ চনৰ ডিচেম্বৰৰ পৰা কাৰাগাৰত থকা গগৈয়ে কৈছিল যে, 'তেওঁক কাৰাগাৰত ৰখাৰ ষড়যন্ত্ৰ কৰা হৈছে।'

আনহাতে ‘নিয়া’ৰ আদালতত আজি দোষমুক্ত হয় অতদিনে কাৰাৰুদ্ধ হৈ থকা বিধায়কগৰাকী৷ চানমাৰি থানাৰ গোচৰত দোষমুক্ত হয় অখিল৷ আজি গগৈ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা! চাৰিওজন অভিযুক্তকে দোষমুক্ত কৰিলে আদালতে৷ দোষমুক্ত ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ