--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ফাকুৱাৰ ৰঙেৰে বিধৌত সমগ্ৰ ৰাজ্য ৷ আবিৰৰ ৰং সানি বসন্তক আদৰণি ৰাজ্যবাসীৰ ৷ এই ৰঙৰ উৎসৱৰ মাজতেই আপুনিও ল’ব লাগিব নিজৰ ছালখনৰ দায়িত্ব ৷ জানো আহক নিজৰ শৰীৰৰ পৰা ফাঁকু কেনেকৈ আঁতৰাব -
 


১) আপোনাৰ লগত ৰাখক ৱেট ৱাইপছ 

হোলী খেলিবলৈ গ’লে ৱেট ৱাইপছ ব্যৱহাৰ কৰক ৷ শৰীৰৰ যিকোনো অংশত ৰং লাগিলে আপুনি ইয়াক পৰিষ্কাৰ কৰিব পাৰে ৷ ইয়াৰ ফলত  ৰঙবোৰ ছালৰ গভীৰতালৈ সোমাব নোৱাৰিব ৷ যাৰ বাবে আপুনি সংক্ৰমণৰ পৰা সুৰক্ষিত হ’ব ৷


২) এলোভেৰা জেল প্ৰয়োগ কৰক

এলোভেৰা জেলে ছালৰ সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰে ৷ ই ছালখনক আৰ্দ্ৰতা প্ৰদান কৰাৰ লগতে সংক্ৰমণৰ পৰাও ৰক্ষা কৰে ৷ সেয়ে পৰাপক্ষত কেৱল প্ৰাকৃতিক ৰঙেৰে হোলী খেলিবলৈ চেষ্টা কৰক ৷ 

৩) মুখত নাৰিকল তেল লগাব

হোলীৰ ৰঙৰ ফলত হোৱা সংক্ৰমণৰ পৰা ছালখনক ৰক্ষা কৰিব বিচাৰে তেন্তে হাতত নাৰিকল তেল লৈ গোটেই মুখমণ্ডল আৰু শৰীৰৰ প্ৰতিখন ছালত লগাওক ৷ 

৪) সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ পৰিধান কৰক 

যিকোনো ধৰণৰ ছালৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তেন্তে সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ পৰিধান কৰক৷ হোলী খেলাৰ আগতে সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ বাছি লওক যাতে আপোনাৰ ছালখন সুৰক্ষিত হয় আৰু সংক্ৰমণৰ সম্ভাৱনা কম হয় ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ