--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কেইবাবাৰো এই ৫টা OTT প্লেটফৰ্মত অশ্লীল বিষয়বস্তু প্ৰচাৰ নকৰিবলৈ সকীয়াই দিছিল তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে। কিন্তু তাৰপাছতো প্লেটফৰ্মকেইটাত চলি গৈছিল অশ্লীলতাৰ বিষয়বস্তু।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে পুনৰ নিষিদ্ধ কৰিলে ৫টা নতুন OTT প্লেটফৰ্ম। অশ্লীল বিষয়বস্তু প্ৰচাৰৰ বাবে নিষিদ্ধ হ’ল OTT প্লেটফৰ্মকেইটা।


MOODXVIP, Koyel Playpro, Digi MoviePlex, Feel আৰু Jugnu নামৰ ৫ টা OTT ফ্লেটফৰ্ম বন্ধৰ নিৰ্দেশনা।


কেইবাবাৰো এই ৫টা OTT প্লেটফৰ্মত অশ্লীল বিষয়বস্তু প্ৰচাৰ নকৰিবলৈ সকীয়াই দিছিল তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে। কিন্তু তাৰপাছতো প্লেটফৰ্মকেইটাত চলি গৈছিল অশ্লীলতাৰ বিষয়বস্তু।


যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এইকেইটা OTT প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।


২০২১ বৰ্ষৰ তথ্য প্ৰযুক্তি আইনৰ 'এক্সেছ কন্ট্ৰল ফৰ এ ৰেটেড কনটেণ্ট'ৰ নিয়মাৱলী উলংঘন কৰিছিল ৫ OTT প্লেটফৰ্মে।


২০২৪ বর্ষত আইন উলংঘা কৰাৰ অভিযোগত বন্ধ হৈছিল বহু কেইটা OTT,APP আৰু ৱেবচাইট।


Adult Contentৰ বাবে ১৮ টা OTT প্লেটফৰ্ম, ১৯ টা ৱেবচাইট আৰু ১০ টা APP নিষিদ্ধ কৰিছিল চৰকাৰে।


সমান্তৰালকৈ ৫৭ টা বিভিন্ন ৱেবচাইট নিষ্ক্ৰিয় কৰিছিল কেন্দ্ৰীয় চৰকাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ