--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুলকবি এনেকুৱা এবিধ পাচলি যি ভাৰতৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ লোকেই ভাল পায়। ফুলকবিৰ ভাজি, তৰকাৰী, পকৰী আৰু ইয়াৰ পৰা বনোৱা বহু ধৰণৰ ৰেচিপি খাই মানুহে তৃপ্তি পায়। ইয়াক ৰন্ধাটো অতি সহজ। ফুলকবি ভাল পায় বুলিয়েই বেছিকৈ খায় থকাটো উচিত নহয়। ইয়াৰো আছে কিছু অপকাৰী গুণ। অত্যধিক ফুলকবি সেৱনে কৰিব পাৰে শৰীৰৰ ক্ষতি। 

ফুলকবি অত্যধিক সেৱন কিয় ক্ষতিকাৰক?

ফুলকবি দেখাতো ধুনীয়া আৰু ই স্বাস্থ্যৰ বাবেও উপকাৰী। ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু ইয়াৰ অত্যধিক সেৱনে আমাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ কাৰণ কি জানো আহক।

১) পেটত গেছ হোৱাঃ ফুলকবিত Raffinose নামৰ এবিধ উপাদান থাকে। ই এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট যিটো আমাৰ শৰীৰে প্ৰাকৃতিকভাৱে ভাঙি পেলাব নোৱাৰে আৰু ই ক্ষুদ্ৰান্ত্ৰৰ মাজেৰে বৃহদান্ত্ৰত উপনীত হয়, যাৰ ফলত পেটত গেছৰ সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে।

২) থাইৰয়ডৰ সমস্যাঃ থাইৰয়ডৰ সমস্যাৰ সন্মুখীন হোৱাসকলৰ বাবে ফুলকবি সেৱন কৰাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে কাৰণ ই T3 আৰু T4 হৰম'নৰ নিঃসৰণ বৃদ্ধি কৰে যিটো এই ৰোগীসকলৰ বাবে একেবাৰেই ভাল নহয়।

৩)তেজ ঘন হৈ পৰেঃ ফুলকবিক পটাছিয়ামৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, গতিকে যিসকল লোকে ইয়াক অধিক সেৱন কৰে, তেওঁলোকৰ তেজ ক্ৰমান্বয়ে ঘন হ’বলৈ আৰম্ভ কৰে। হাৰ্ট এটেক হোৱা বহু লোকে তেজ পাতল কৰা ঔষধ খায়, গতিকে ফুলকবি খোৱাটো তেওঁলোকৰ বাবে বিপদজনক হ’ব পাৰে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ