--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মানুহে ওজন হ্ৰাস কৰিবলৈ কি যে  নকৰে!  কিছুমানে আহাৰ কমাই,  বহুতে যোগো কৰে। কিন্তু আপুনি জানেনে যে দৌৰা বা ডায়েটিং কৰাৰ উপৰিও,কিছুমান সহজ কামৰ দ্বাৰাই ওজন হ্ৰাস হ'ব পাৰে। কেইটামান সাধাৰণ কিমে  পেটৰ চৰ্বি হ্ৰাস কৰিব পাৰে। সচৰাচৰ  ঠাণ্ডা পানীত গা ধুলে ওজন হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে৷ 

বিশেষজ্ঞসকলৰ মতে, ঠাণ্ডা পানীত গা ধোৱাৰ বাবে ওজন হ্ৰাস হয়। দৰাচলতে, ই এক সম্পূৰ্ণ বৈজ্ঞানিক কাৰ্যকলাপ। আমাৰ শৰীৰত দুই প্ৰকাৰৰ চৰ্বি আছে। বগা চৰ্বি আৰু মুগা চৰ্বি। বগা চৰ্বি হৈছে যে চৰ্বি শৰীৰৰ কোনো কামৰ নহয়। এই চৰ্বি কেৱল তেতিয়াহে জমা হয় যেতিয়া আমি আমাক প্ৰয়োজনতকৈ অধিক কেলৰি গ্ৰহণ কৰোঁ। এই বগা চৰ্বি কঁকাল, তল পিঠি, ডিঙি আৰু উৰুত জমা হয়। 

আনহাতে, মুগা চৰ্বি শৰীৰৰ বাবে ভাল। ই তাপ সৃষ্টি কৰে। ফলস্বৰূপে, আমাৰ শৰীৰ গৰম হয়। যেতিয়াই আমি ঠাণ্ডা অনুভৱ কৰোঁ, মুগা চৰ্বি সক্ৰিয় হৈ পৰে। আৰু যদি আপুনি ঠাণ্ডা পানীত গা ধুৱে, চৰ্বি সোনকালে গলে। যাৰ সৰল অৰ্থ হৈছে যে আপোনাৰ শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি হ্ৰাস হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement