--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাখীৰ হৈছে এবিধ পুষ্টিকৰ উপাদান। প্ৰতিদিনে এগিলাচকৈ গাখীৰ খোৱাৰ আছে বহু উপকাৰিতা। গাখীৰ সেৱন কৰিলে আমি প্ৰ'টিন,কেলছিয়াম,নিকোটিনিক এচিডৰ দৰে পুষ্টিকৰ উপাদান লাভ কৰোঁ। কিছু লোকে গাখীৰ খাই বৰ ভাল পায়। গাখীৰ খাই ভাল পালেও যেতিয়াই তেতিয়াই গাখীৰ খাব নালাগে কিয়নো গাখীৰ খোৱা আছে উপযুক্ত সময়।

যদি আপোনাৰ পেটৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে গাখীৰ খোৱাৰ সময় সলনি কৰক। অন্যথা ইয়াৰ ফলত আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব। 

৫ বছৰৰ ওপৰৰ শিশুৱে পুৱা খালী পেটত গাখীৰ খাব নালাগে।

যিসকলৰ ৰাতি টোপনি নোহোৱাৰ সমস্যা আছে তেওঁলোকে শুৱাৰ কিছু সময় পূৰ্বে এগিলাচ গাখীৰ খাই শুব লাগে ।এনে কৰিলে ভাল টোপনি হোৱাৰ সম্ভাৱনা থাকে।

শৰীৰৰ গঠনৰ বাবে গাখীৰ খোৱা লোকসকলে দিনত গাখীৰ খোৱা উচিত।এনে লোকে দিনত গাখীৰ খালে তেওঁলোকে গোটেই দিনটোৰ বাবে শক্তি লাভ কৰে। 

বৃদ্ধসকলৰ শাৰীৰিক ক্ৰিয়া-কলাপ অতি কম হোৱাৰ বাবে তেওঁলোকে দিনত গাখীৰ খোৱা উচিত নহয়। 

গাখীৰৰ সৈতে কেতিয়াও আম, কল বা অন্য টেঙাজাতীয় ফল মিশ্ৰণ কৰি খোৱা উচিত নহয়৷

গাখীৰে স্মৃতি শক্তি বৃদ্ধি কৰে সেয়ে নিয়মিত এগিলাচ কৈ গাখীৰ খাব লাগে।লগতে গাখীৰ সেৱনে ছালৰ যিকোনো সমস্যাৰ পৰাও সকাহ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ