--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুগল পে’ ব্যৱহাৰকাৰীসকলৰ বাবে দুখবৰ৷ অচিৰেই বন্ধ হ’ব গুগল পে‘৷ শেহতীয়া এক খবৰ অনুসৰি, গুগলে এই এপটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷

প্ৰযুক্তি প্ৰতিষ্ঠান গুগলে এটা ব্লগ পোষ্টত অহা ৪ জুনৰ পৰা গুগল পে’ৰ আমেৰিকান সংস্কৰণ বন্ধ কৰা হ’ব বুলি সদৰী কৰে৷ ৪ জুনৰ পৰা আমেৰিকাত গুগল পে’ এপটো বন্ধ হ’লেও কিন্তু ভাৰতত এই এপৰ সেৱা চলি থাকিব।
 
এই এপটো আমেৰিকা, ভাৰত আৰু ছিংগাপুৰত সৰ্বাধিক ব্যৱহৃত হয়। আমেৰিকাত এপটো বন্ধ কৰি দিয়া হ’লেও ভাৰত আৰু ছিংগাপুৰত পূৰ্বৰ দৰেই চলি থাকিব এপটো৷
 
গুগলৰ তথ্য অনুসৰি, ভাৰত আৰু ছিংগাপুৰৰ ব্যৱহাৰকাৰীয়ে গুগল পে’ত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগাত নপৰে। ৪ জুনৰ পাছত আমেৰিকাৰ ব্যৱহাৰকাৰীয়েহে ইয়াৰ দ্বাৰা ধনৰ আদান-প্ৰদান কৰিব নোৱাৰিব৷

প্ৰতিষ্ঠানটোৱে ইতিমধ্যে গুগল পে’ ব্যৱহাৰকাৰীসকলক গুগল ৱালেট এপলৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিছে। ব্লগটোত গুগলে লিখিছে— ‘Zippy ব্যৱহাৰকাৰীসকলে যদি কন্টেক্টলেছ পেমেণ্ট সেৱা অব্যাহত ৰাখিব বিচাৰে, তেন্তে জুন মাহৰ সময়সীমাৰ পূৰ্বে Google Walletলৈ স্থানান্তৰিত হ’ব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ