--°C
Loading...
Listen to Article
2 min read
80%

চুৰাট: গুজৰাটৰ চুৰাটৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে পথৰ দাঁতিত শুই থকা ১৫জন প্ৰব্ৰজিত শ্ৰমিকক মহটিয়ায় নিয়ে৷ চুৰাটৰপৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা কোসম্বা গাঁৱৰ সমীপৰ এই ঘটনাটো পুৱাই ঘটা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য…

কিম-মাণ্ডৱী পথত নিদ্ৰাৰত শ্ৰমিকৰ ওপৰৰে ডাম্পাৰ ট্ৰাকখন চলাই নিয়াৰ ফলত ১২জন শ্ৰমিকৰ মৃত্যু হয়। ইফালে আঘাতপ্ৰাপ্ত আন কেইজনমান শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে ৩জনৰ মৃত্যু হোৱাত নিহতৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পায়৷

আৰু পঢ়িব পাৰিব : এইসকল লোকে গ্ৰহণ কৰিব নোৱাৰিব ক’ভিড ভেকচিন

বিপৰীত দিশৰপৰা অহা ট্ৰেক্টৰ ট্ৰলীৰ পৰা ওলাই থকা কুঁহিয়াৰত খুন্দা মৰাৰ পাছতে ট্ৰাক চালকজনে নিয়ন্ত্ৰণ হেৰুওৱা বুলি অনুমান কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ