--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গ্ৰহণ কৰিব ক’ভিড প্ৰতিষেধক। যোৱা সপ্তাহৰপৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদান অভিযানৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰিব ক’ভিড প্ৰতিষেধক। এক চৰকাৰী সূত্ৰই এই বিষয়ে প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : নুনমাটিত বিচাৰৰ নামত তালিবানী কাৰবাৰ: গণপ্ৰহাৰত মৃত্যু যুৱকৰ

প্ৰধানমন্ত্ৰীৰ লগতে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও এই প্ৰতিষেধক গ্ৰহণ কৰিব। ১৬ জানুৱাৰীত আৰম্ভ হোৱা ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰথম পৰ্যায়ত চিকিৎসক, স্বাস্থ্যকৰ্মীকে ধৰি ফ্ৰণ্টলাইন যোদ্ধাসকলক প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ছেৰাম ইনষ্টিটিউটৰ কোভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ কোভাক্সিন প্ৰদানৰ অনুমতি দিয়া হৈছে দেশত।

আৰু পঢ়িব পাৰিব : ৩০টা শগুনৰ অস্বাভাৱিক মৃত্যু : আতংকত অঞ্চলবাসী

দ্বিতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান পৰ্বত ৫০ বছৰৰ ঊৰ্ধ্বৰ আৰু আন ৰোগত আক্ৰান্ত লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব। দেশৰ ৫০ বছৰৰ ঊৰ্ধ্বৰ সকলো সাংসদ তথা বিধায়ককো প্ৰদান কৰা হ’ব প্ৰতিষেধক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ