--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধে যুঁজুধান ৰূপ লৈছে প্ৰতিবাদী কৃষকসকলে। হাৰিয়ানাৰ কৰ্নাল জিলাৰ ঘাৰাউণ্ডা টোল প্লাজাত প্ৰতিবাদ কৰা কৃষকসকলৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা কৰাৰ এদিনৰ পাছত প্ৰতিবাদী কৃষকে ৰাজ্যখনৰ নুহত আয়োজন কৰিছে কৃষক মহাপঞ্চায়ত। এই মহাপঞ্চায়তত কৃষি আইনবিৰোধী আইনৰ প্ৰতিবাদক নেতৃত্ব দিয়া সংযুক্ত কৃষক মৰ্চা, ভাৰতীয় কিষাণ সংঘৰ নেতা যেনে, ডঃ দৰ্শন পল, ৰাকেশ টিকাইট, বলবীৰ সিং ৰাইজেৱা আৰু স্বৰাজ ইণ্ডিয়াৰ মুৰব্বী যোগেন্দ্ৰ যাদৱ আদিয়েও এই মহাপঞ্চায়তত ভাগ লয়।

অৱশ্যে কালিৰ হিংসাত্মক ঘটনাৰ পূৰ্বেই এই মহাপঞ্চায়তৰ পৰিকল্পনা কৰা হৈছিল। চৰকাৰৰ নিষ্ঠুৰতাৰ বিৰুদ্ধে এতিয়া অধিক আক্ৰমণাত্মক হৈ উঠিছে। একাধিক পথ অৱৰোধেৰে ক্ষুব্ধ কৃষকসকলে প্ৰতিবাদক তীব্ৰতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জলন্ধৰ –দিল্লী হাইৱে তথা অমৃতসৰ আৰু লুধিয়ানা সংযোগী পথো অৱৰোধ কৰে প্ৰতিবাদী কৃষকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক