--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ডাঠ কুঁৱলীৰ আচ্ছাদনত লুকাইছে দিল্লীবাসী৷ ঠেঁতুৱৈ ধৰা জাৰ, ঘন কুঁৱলী ফাকেৰেই আৰম্ভ হৈছে দৈনন্দিন জীৱন৷ ক্ৰমাৎ দৈনিক তাপমাত্ৰাও হ্ৰাস হৈ আহিছে দিল্লীত৷ ৰাজধানী চহৰখনৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহতো বৰ্তমান প্ৰচণ্ড শীতৰ প্ৰকোপ। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত দেওবাৰে পুৱা তাপমান আছিল ৪.৬ ডিগ্ৰী ছেলছিয়াছ। আনহাতে জাফাৰপুৰ, লোধী ৰোড আদি অঞ্চলত সৰ্বনিম্ন তাপমান হয় ৩.৬ ডিগ্ৰী ছেলছিয়াছ।

উল্লেখ্য যে, খ্ৰীষ্টমাচৰ পূৰ্বে অহা প্ৰচণ্ড শীতৰ বাবেই বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজধানীখনত দেও আৰু সোমবাৰে য়েল্ল এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে এইকেইটা দিনত দিল্লীত পাতলীয়া বৰষুণৰো সম্ভাৱনা আছে৷

আনহাতে, উত্তৰাখণ্ডতো শীতৰ প্ৰকোপত ব্যাহত হৈছে জনজীৱন। প্ৰচণ্ড শীতৰ বাবেই ১৮ৰ পৰা ২১ ডিচেম্বৰলৈকে উত্তৰাখণ্ডতো য়েল্ল এলাৰ্ট জাৰি কৰা হৈছে। পৰ্যটকৰ আকৰ্ষণথলী হিমাচল প্ৰদেশৰ কিছু অংশতো শূন্য ডিগ্ৰীৰ তললৈকে হ্ৰাস পাইছে তাপমাত্ৰা। বৰফেৰে ঢাক খাই পৰিছে সুউচ্চ পাহাৰ, গছ-গছনিও৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম