--°C
Loading...
Listen to Article
2 min read
80%

ভুৱনেশ্বৰ : ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কৰ্ম-কাণ্ডই সকলোৰে চকু কপালত তুলিছে৷ হেলমেট চেকিঙৰ সময়ত এগৰাকী গর্ভৱতী মহিলাক তিনি কিলোমিটাৰ পথ খোজ কাঢ়িবলৈ দিয়াৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : বাদুলিৰ জৰিয়তেই আৰম্ভ হৈছিল ক’ৰ’নাৰ সংক্ৰমণ!

জানিব পৰা মতে জিলাখনৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰীণা বাক্সালাই হেলমেট চেকিঙৰ সময়ত আঠমহীয়া এগৰাকী গর্ভৱতী মহিলাগৰাকীক তিনি কিলোমিটাৰ পথ খোজ কাঢ়িবলৈ দিয়াৰ পাছতে মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷

আৰু পঢ়িব পাৰিব : “NLFBত জড়িত আছে ৰাজনৈতিক নেতা” : সংবাদমেলত ভাস্কৰজ্যোতি মহন্ত

এখন মটৰ চাইকেলেৰে বিক্রম বাৰুলী নামৰ লোকজনে ৮মহীয়া গর্ভৱতী পত্নীক চিকিৎসালয়লৈ লৈ যোৱা সময়তে বাক্সালাই বাৰুলিক জৰিমনা বিহে আৰু তিনি কিলোমিটাৰ পথ খোজকাঢ়ি যাবলৈ বাধ্য কৰায়৷ উল্লেখ্য যে সেইসময়ত বাৰুলীয়ে হেলমেট পৰিধান কৰিছিল কিন্তু মহিলাগৰাকীয়ে পৰিধান কৰা নাছিল হেলমেট৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ