--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : নিতৌ বৃদ্ধি পাবলৈ ধৰা ক'ভিড১৯ আক্ৰান্তৰ সংখ্যাই চিন্তিত কৰিছে জনসাধাৰণক৷ মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ক'ভিড ১৯ৰ সংক্ৰমণ তথা মৃত্যুৰ হাৰ ৰোধ কৰাৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৫৬,২১১জনৰ শৰীৰত ক'ভিড সংক্ৰমণৰ হৈছে৷

আৰু পঢ়িব পাৰিব : কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোট, সাজু ৩৯টা সমষ্টি

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু প্ৰশাসকসকলক এক পত্ৰযোগে ক'ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। তেঁও মহাৰাষ্ট্রৰ সাপ্তাহিক গড় পজিটিভিটীৰ হাৰ ২৩ শতাংশলৈ বৃদ্ধি পাইছে৷ এই মুহূর্তত ৰাষ্ট্রীয় সাপ্তাহিক পজিটিভিটীৰ হাৰ হ’ল ৫.৬৫ শতাংশ বুলি কয় ৷

আৰু পঢ়িব পাৰিব : ‘শৌচাগাৰ নিৰ্মাণ কৰিব নোৱাৰা কংগ্ৰেছে কি উন্নয়ন কৰিব’ : স্মৃতি ইৰাণীৰ কটাক্ষ !

উল্লেখ্য যে, দেশত ক'ভিড সংক্ৰমণৰ সংখ্যাই ১.২০কোটি অতিক্ৰম কৰে। বৰ্তমান ৫.৪০ লাখ লোকৰ শৰীৰত সক্ৰিয় হৈ আছে কৰ'না ভাইৰাছ। নতুনকৈ ২৭১জন লোকৰ মৃত্যুৰ পাছতে দেশত মৃত্যুৰ সংখ্যাই ১.৬২লাখ অতিক্ৰম কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ