--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ উপ-নিৰ্বাচনৰ পূৰ্বেই অসমত মহাজোঁট প্ৰায় থান-বান হৈ পৰাত এতিয়া মহাজোঁটৰ দুই প্ৰধান দল কংগ্ৰেছ আৰু ইউডিএফৰ মাজত আৰম্ভ হৈছে তীব্ৰতৰ হৈছে বা্কযুদ্ধ ৷ তাৰ পাছতেই ইউডিএফৰ বিধায়ক আমিনুল ইছলামে কয় যে, শীঘ্ৰেই মুছলমানৰ দলত পৰিণত হ’ব কংগ্ৰেছ ৷

লগতে তেওঁ কয় যে, কংগ্ৰেছ দলৰ পৰা হিন্দু বিধায়কসকল বিজেপিলৈ গৈ কংগ্ৰেছ দলটোক এটা মুছলমান দলত পৰিণত কৰিব৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুবনেশ্বৰ কলিতা, অজন্তা নেওগ , দু্ৰ্গা ভূমিজ , ৰুপজ্যোতি কুৰ্মী , সুশান্ত বুঢাগোঁহাইৰ উদাহৰণ দাঙি ধৰে তেওঁ৷ উল্লেখ্য যে এতিয়াও কংগ্ৰেছৰ অমুছলমান সাংসদ -বিধায়কে বিজেপিৰ লগত কথা পাতি আছে , তেওঁলোকৰ মতেও কংগ্ৰেছত একমাএ মুছলমান বিধায়কসকলহে থাকিব বুলি কয়৷ ৰ্বতমান সময়ত কংগ্ৰেছত চাহ জনগোষ্ঠীৰ এজনো বিধায়ক নাই৷ আহোম সম্প্ৰদায়ৰ বিধায়কৰ সংখ্যাও কমি আহিছে ৷ এনে অৱস্থাত ভৱিষ্যতে কংগ্ৰেছে একমাএ মুছলমান বসতিপূৰ্ণ অঞ্চলত ইউডিএফৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব ৷ বাকী সকলো আসন বিজেপিয়ে লৈ ল’ব বুলিও ইছলামে কয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ