--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবি নিৰ্মাতা তথা নৃত্য পৰিচালক ফাৰাহ খানৰ বিৰুদ্ধে এজাহাৰ দাখিল। তেওঁ এটা টিভি শ্ব’ত হোলী উৎসৱক লৈ আপত্তিজনক মন্তব্য কৰিছিল৷ তাৰপাছতেই তেওঁ সমালোচনাৰ সন্মুখীন হৈছে। ফাৰাহ খানৰ বিৰুদ্ধে হিন্দু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

ফাৰাহ খানে আয়োজন কৰা ৰন্ধন অনুষ্ঠান 'চেলিব্ৰিটি মাষ্টাৰ চেফ’ত তেওঁ হিন্দু উৎসৱ হোলীক লৈ এক বিতৰ্কিত মন্তব্য কৰে। এটা খণ্ডত কৈছিল- হোলী ‘চাপ্ৰি’সকলৰহে প্ৰিয় উৎসৱ। তেওঁৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে। হিন্দু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰি খাৰ থানাত ফাৰাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

‘চাপ্ৰি’ শব্দটো অতি তুচ্ছাত্মক শব্দ যিটো শব্দ যিকোনো অপমানজনক শব্দ আৰু আনক বিদ্ৰুপ কৰিবলৈ ব্যৱহাৰ কৰা শব্দ।

ক্ষুব্ধ লোকসকলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বহু লোকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক টেগ কৰি ফাৰাহ খানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ