--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ অক্টোবৰত বিশ্বকাপৰ প্ৰথমখন খেলত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত মুখামুখি হয়। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ প্ৰায় ৮০ শতাংশ আসন খালী। ক্ৰিকেট জগতখন স্তম্ভিত হৈ পৰিল। বহুতে ক’লে যে ভাৰতে খেলিবলৈ আহিলে ছবিখন সলনি হ’ব৷ কিন্তু চেন্নাই, ধৰ্মশালা বা পুনে খেলপথাৰত দেখা পোৱা নগ’ল। আনকি যেতিয়া বিৰাট কোহলী, ৰোহিত শৰ্মাই খেলপথাৰত খেলি থাকে, তেতিয়াও ১০০ শতাংশ আসন পূৰণ নহয়।

কিন্তু  বিশ্বকাপ আৰম্ভৰ ঠিক এমাহৰ পাছত ৫ নৱেম্বৰত ইডেন গাৰ্ডেনত দেখা গ’ল অন্য ছৱি। টছৰ পূৰ্বেই ষ্টেডিয়াম ভৰি পৰে। চাৰিওফালে কেৱল নীলা জাৰ্চি। বেছিভাগেই পিন্ধিছে নতুন ইণ্ডিয়া জাৰ্চি। কিছুমান অৱশ্যে পুৰণি জাৰ্চি পিন্ধি আহিছে। খেলপথাৰত জাতীয় সংগীত বাজি থকাৰ সময়তে মাইকৰ শব্দ ডুবাই পেলোৱা ৰাইজৰ চিঞৰ-বাখৰ শুনা গ’ল। ৬০ হাজাৰতকৈ অধিক দৰ্শকে যোগদান কৰিলে সৃষ্টি হোৱা পৰিৱেশটো ইডেনে দেখুৱাইছিল। খেলপথাৰত যেতিয়া ৰোহিতে ছয় মাৰিলে, বা বিৰাটৰ বেটৰ পৰা অহা বলটো বাউণ্ডেৰীৰ ফালে উৰি গ’লে, চিঞৰবোৰ কেইবাগুণো ওপৰলৈ উঠি গ’ল।

কিন্তু এই ছবিখন ভাৰতৰ বাকী অংশত দেখা নগ’ল। আহমেদাবাদত অনুষ্ঠিত ভাৰত-পাকিস্তানৰ খেলৰ বাবেও দুই এখন আসন খালী হৈ পৰিল। দিল্লীৰ ৱানখেড়ে বা অৰুণ জেটলী ষ্টেডিয়াম ভৰপূৰ হ’লেও তেনে কোনো উন্মাদনা নাছিল। হয়তো তাত দৰ্শকৰ সংখ্যা ইডেনতকৈ কম, কিন্তু উন্মাদনাতো কলকাতাৰ খেলপথাৰখনে সকলোকে চেৰ পেলালে। বুজাই দিলে যে শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলে এই খেলপথাৰত কিয় ইমান ভাল পায়।ইডেনে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ মানদণ্ড ৰক্ষা কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু