--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ৰনাত আক্রান্ত সাহিত্যিক তচলিমা নাছৰিন। দেওবাৰে ছ’চিয়েল মিডিয়াযোগে তেওঁ নিজেই এই কথা প্ৰকাশ কৰিছে। তেওঁৰ আক্ষেপ, ‘ইমান দিন অকলে থকাৰ পাছতো ৰক্ষা নাপালোঁ। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘মই চিৰকাল বৰ দুর্ভগীয়া।

আৰু পঢ়িব পাৰিব : ‘দেবদাস’ৰ দুটা যুগৰ পাছত পুনৰ শ্বাহৰুখ-সঞ্জয়ৰ যুটি…

বিগত বছৰৰ মার্চ মাহৰ পৰা ঘৰত অকলে আছোঁ, ঘৰটোৱে সংগী, ক’লৈকো এখোজ ওলায়ো যোৱা নাছিলোঁ, কাকো ঘৰৰ ভিতৰত সোমাবও দিয়া নাছিলোঁ, ৰন্ধা বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা, ঘৰ সৰা-মচা কৰা সকলো কাম মই অকলেই কৰিছিলোঁ। কি লাভ হ’ল? ক’ভিডত আক্ৰান্ত হ’লোঁ।

আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিন লৈ কি বাৰ্তা দিলে বিৰাট, ঈশান্তে…

অৱশ্যে, এতিয়া তেওঁ ক্ৰমাত সুস্থ হৈ উঠিছে। তেওঁ লিখিছে, 'লাহে লাহে মই সুস্থ হৈ উঠিছোঁ। কিন্তু হাজাৰ হাজাৰ মানুহ যিসকল সুস্থ হোৱা নাই! যিয়ে স্বাভাৱিক শ্বাস-প্ৰশ্বাসৰ বাবে আপ্রাণ চেষ্টা কৰিছে কিন্তু পৰা নাই, তেওঁলোকৰ বাবে মই দুঃখিত।' তেওঁ লগতে কয়, কৰ’নাক লৈ মানুহৰ ভুল ধাৰণা পূৰ্বতকৈ কমিছে। এবছৰত অসংখ্য মানুহৰ কৰ’না হৈছে কিন্তু ভাল লগা কথাতো হৈছে এয়ে যে, কোনেও ক’বলৈ সংকোচ নকৰে যে তেওঁ ক’ভিডত আক্ৰান্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ