--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্কুল-কলেজ বা ধর্মীয় স্থানৰ এক কিল'মিটাৰৰ ভিতৰত সুৰাৰ বিপণীৰ অনুমতি প্রদান কৰা নহ'ব বুলিও মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে কয়।

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ বিজেপি চৰকাৰে সাধাৰণ জনতাক ৫ টকাত মাছ-ভাত যোগান ধৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে মঙলবাৰে এই কথা প্রকাশ কৰে। 


তেওঁ কয় যে শীঘ্ৰেই চৰকাৰে ৰাজ্যখনৰ ৪০০খন কেন্টিনত সপ্তাহত দুদিনকৈ সাধাৰণ জনতাৰ বাবে ৫ টকাত মাছ-ভাতৰ ব্যৱস্থা কৰিব।


তদুপৰি, মহিলাসকলৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ ঘোষণা কৰে। তেওঁ কয় যে ২৭মে'ৰ পৰা অন্নপূর্ণা যোজনাৰ ফৰ্ম প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত মহিলাসকলক মাহে ৩০০০ টকাকৈ প্ৰদান কৰা হ'ব। 


ৰাজ্যখনত থকা সকলো ভাৰতীয় মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ কয়। তদুপৰি, স্কুল-কলেজ বা ধর্মীয় স্থানৰ এক কিল'মিটাৰৰ ভিতৰত সুৰাৰ বিপণীৰ অনুমতি প্রদান কৰা নহ'ব বুলিও তেওঁ কয়।

উৎস: দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ