--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

ডিজিটেল ডেস্কঃ ইন্দোৰ জিলাৰ মহৌত কালি নিশা এখন যাত্ৰীবাহী বাছ খাৱৈত পৰাৰৰ ফলত তিনি যাত্ৰীৰ কৰুণ মৃত্যু হয়। 


মুখ্যমন্ত্ৰী মোহন যাদৱে শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ভেৰেঘাটত সংঘটিত হোৱা এই দুৰ্ঘটনাটো বাছখনে এখন গাড়ীৰ সৈতে খুন্দা মৰাৰ ফলত দুয়োখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি যায়।


ওমকাৰেশ্বৰৰ পৰা ইন্দোৰ অভিমুখী এখন বাছ গাড়ীৰ সৈতে খুন্দা মৰাৰ ফলত খাৱৈত বাগৰি পৰে।


খবৰ অনুসৰি যাত্ৰীবাহী বাছ আৰু গাড়ীৰ মাজত সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে দুয়োখন বাহন খাৱৈত বাগৰি পৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসন ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় ৪০ জন যাত্ৰীৰে ওমকাৰেশ্বৰৰ পৰা ইন্দোৰলৈ গৈ থকা যাত্ৰীবাহী বাছখনৰ খিৰিকী ভাঙি কৰ্তৃপক্ষই নিৰাপদে উলিয়াই আনে।



দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছখনৰ আহত যাত্ৰীসকলক এম্বুলেন্স আৰু অন্যান্য বাহন ব্যৱহাৰ কৰি চিকিৎসাৰ বাবে ইন্দোৰৰ এম ৱাই হাস্পতাল আৰু ম্হাউ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। খবৰ অনুসৰি গভীৰ খাৱৈত পৰা বাছ আৰু গাড়ীখনৰ উদ্ধাৰ অভিযান ক্ৰেনৰ সহায়ত গভীৰ নিশালৈকে অব্যাহত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু