--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধীৰ তীব্ৰ আপত্তি সত্ত্বেও শুকুৰবাৰে জাৰ্মান সংসদে এপ্ৰিল মাহৰ পৰা ভাং আৰু নিয়ন্ত্ৰিতভাৱে ভাঙৰ খেতি কৰাটো বৈধ কৰাৰ সপক্ষে ভোটদান কৰে। নতুন আইনখনৰ অধীনত নিয়ন্ত্ৰিত ভাং খেতি সংস্থাৰ জৰিয়তে প্ৰতিদিনে ২৫ গ্ৰাম পৰ্যন্ত ব্যক্তিগত ব্যৱহাৰৰ বাবে লাভ কৰা সম্ভৱ হ’ব, লগতে ঘৰত তিনিটা পৰ্যন্ত গছ-গছনি থকাটো সম্ভৱ হ’ব।

কিন্তু ১৮ বছৰৰ তলৰ যিকোনো ব্যক্তিৰ বাবে এই ড্ৰাগছ ৰখা আৰু ব্যৱহাৰ নিষিদ্ধ হৈ থাকিব। ভোটদানৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কাৰ্ল লাউটাৰবাকে সংসদৰ সদস্যসকলক বিতৰ্কিত আইনখনৰ সমৰ্থন কৰিবলৈ আহ্বান জনাই কয় যে “এতিয়া আমি যি পৰিস্থিতিত আছো সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়”।

উল্লেখ্য যে জাৰ্মানীত ক’লা বজাৰত পোৱা ভাং ব্যৱহাৰ কৰা যুৱকৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে।  বিৰোধী চিডিইউৰ ছিমন বৰচাৰ্ডে কয় যে নতুন আইনখনে যুৱক-যুৱতীসকলৰ স্বাস্থ্যৰ বিপদ বৃদ্ধিহে কৰিব।

জাৰ্মান জনসাধাৰণো এই বিষয়ত বিভক্ত: শুকুৰবাৰে প্ৰকাশিত YouGov এক সমীক্ষা অনুসৰি ৪৭ শতাংশই এই পৰিকল্পনাৰ পক্ষত আৰু ৪২ শতাংশই বিৰোধী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক