--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুগৰাকী বান্ধৱীৰ মাজত আৰম্ভ হল প্ৰেম। প্ৰেম ইমানেই গভীৰ হল যে দুয়ো বিয়া পতাৰ সিদ্ধান্ত ললে। ইয়াৰ বাবে এগৰাকীয়ে নিজকে পুৰুষ কৰিবলৈও প্ৰস্তুত হল। লিংগ পৰিৱৰ্তন কৰি এগৰাকী যুৱতী হল যুৱক, তাৰপাছত পাতিলে বিয়া।
कन्नौज में दो लड़कियों ने आपस में रचाई शादी
উত্তৰ প্ৰদেশৰ কনৌজত ঘটিছে এই ঘটনা। দুয়োৰে প্ৰেম ইমানেই বাঢ়ি আহিল যে তেওঁলোকে ইজনে সিজনক এৰি থাকিব নোৱাৰা হ’ল। এনে পৰিস্থিতিত এগৰাকীয়ে ৭ লাখ টকা খৰচ কৰি তেওঁৰ লিংগ সলনি কৰি দিলে। ইয়াৰ পিছত তেওঁ নিজৰ নামটোও সলনি কৰিলে।ছোৱালীৰ পৰা ল’ৰালৈ সলনি হৈ তেওঁ বিউটিচিয়ান বান্ধৱীক বিয়া পাতি ল’লে। এই বিবাহ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই নৱ বিবাহিত দম্পতীৰ ছবি। লিংগ পৰিৱৰ্তন কৰা ছোৱালীজনী কনৌজৰ এগৰাকী ব্যৱসায়ীৰ কন্যা আছিল।

জানিব পৰা মতে, ২০২০ চনত দুয়ো চিনাকি হৈছিল। ব্যৱসায়ীৰ কন্যাই লিংগ সলনিৰ বাবে এতিয়ালৈকে তিনিটাকৈ অপাৰেচন কৰা বুলিও চৰ্চা চলিছে। সম্পূৰ্ণ ল’ৰাৰ দৰে দেখাবলৈ তেওঁ চতুৰ্থটো অপাৰেচন কৰিব লাগিব।

ব্যৱসায়ীজনৰ কন্যাই সৰুৰে পৰাই ল’ৰাৰ দৰে জীৱন-যাপনৰ প্ৰতি আকৰ্ষিত আছিল। আৰম্ভণিৰে পৰাই তেওঁ পুৰুষৰ দৰে সাজ-পোছাক পিন্ধি একে ষ্টাইলতে ঘূৰি ফুৰিছিল। অৱশেষত প্ৰেমৰ বাবে অপাৰেচন কৰি লিংগ পৰিৱৰ্তন কৰিলে আৰু যুৱতীৰ পৰা যুৱক হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ