--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : জম্মু-কাশ্মীৰ আৰু লাডাখ হ’লগৈ পৃথক ৰাষ্ট্ৰ! আন এক নতুন বিতৰ্কই জোকাৰি গৈছে দেশৰ ইণ্টাৰেনট জগত। এখন ত্ৰুটিপূৰ্ণ মানচিত্ৰ প্ৰকাশ কৰি পুনৰ বিতৰ্কৰ সূত্ৰপাত ঘটাইছে টুইটাৰে। এনে ত্ৰুটিৰ বাবে এতিয়া টুইটাৰৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

আৰু পঢ়িব পাৰিব : ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষাত ৰাজ্যৰ শিক্ষাখণ্ডলৈ সুখবৰ

টুইটাৰৰ ‘টুইপ লাইফ’ শিতানত এই ত্ৰুটিপূৰ্ণ মানচিত্ৰখন প্ৰকাশ পাইছিল। য’ত জম্মু-কাশ্মীৰ আৰু লাডাখক ভাৰতৰ বাহিৰত হিচাপে দেখুওৱা হৈছে। এই মানচিত্ৰখনৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে ভালেমান টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব : অগ্নি-পি : প্ৰতিৰক্ষা খণ্ডত আৰু এখোজ আগুৱালে ভাৰত

এই কাৰ্যৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। চৰকাৰ আৰু টুইটাৰৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ এই ঘটনাই বিতৰ্কক অধিক উদগনি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ