--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত আৰু এখোজ আগুৱালে ভাৰত। সফলভাৱে পৰীক্ষা কৰা হ’ল আন এবিধ নতুন ক্ষেপনাস্ত্ৰৰ। যি ক্ষেপনাস্ত্ৰই ১০০০ৰ পৰা ২০০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ লক্ষ্যত আঘাত হানি শত্ৰুক তচনচ কৰি পেলাব পাৰিব। অগ্নি ছিৰিজৰ এই ক্ষেপনাস্ত্ৰৰ নাম দিয়া হৈছে ‘অগ্নি-পি’।

আৰু পঢ়িব পাৰিব : ইংলেণ্ডকো চেৰ পেলালে দেশৰ বিশেষ অভিযানে, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

সোমবাৰে ওড়িশাৰ উপকূলৱৰ্তী অঞ্চলত ‘অগ্নি-পি’ৰ সফল পৰীক্ষা কৰে দেশে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’-এ সোমবাৰে পুৱা ১০.৫৫ মিনিটত ওড়িশা উপকূলৰ ডঃ এপিজে আব্দুল কালাম আইলেণ্ডৰ পৰা এই বেলিষ্টিক ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰে।

আৰু পঢ়িব পাৰিব : কূটাঘাতৰ ষড়যন্ত্ৰ! পাকিস্তানৰ গতি-বিধিয়ে উদ্বেগ বঢ়াইছে ভাৰতীয় সেনাৰ

এই ক্ষেপনাস্ত্ৰ পাৰমানৱিক অস্ত্ৰ বহন কৰিবলৈ সক্ষম হ’ব। ডিআৰডিঅ’ই মুকলি কৰিবলগীয়া নতুন শ্রেণীৰ অগ্নি ক্ষেপনাস্ত্ৰৰ অন্যতম হৈছে অগ্নি-পি। ইণ্ডো-পেচিফিক এলেকাত শত্ৰুক প্ৰতিহত কৰাৰ বাবে এই ক্ষেপনাস্ত্ৰ ব্যৱহাৰ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ