--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাছ ভাত খোৱাৰ পাছত অলপ মিঠা নাখালে যে মনে নামানে ৰসগোল্লা বহুতৰে প্ৰিয় মিঠাই। বেলেগৰ ঘৰৰ ফাংচনেই হওক বা নিজৰ ঘৰতেই হওক, খোৱাৰ পাছত ৰসগো নাথাকিলে কিবা ভাল নালাগে। যদিও আজিকালি স্বাস্থ্য সজাগতাৰ স্বাৰ্থত বহু লোকে মিঠাইৰ সেৱন কমাই দিয়ে তথাপিও খাদ্যাভ্যাসত ৰসগোল্লাৰ ভূমিকা নুই কৰিব নোৱাৰি।

পাৰফেক্ট’ ডিজাৰ্ট যদি কিবা আছে, তেন্তে সেয়া একমাত্ৰ ৰসগোল্লা। ৰসেৰে ভৰা কোমল ৰসগোল্লাটো মুখত পৰিলে এক অদ্ভুত সন্তুষ্টি হয়। আনকি হোটেলত মিঠাই কিনিবলৈ গ’লেও সকলোৰে চকু সদায় সেই ৰাসগোল্লালৈ যোৱাতো স্বাভাৱিক। আৰু যদি ৰসগোল্লাটো গৰম আৰু কোমল হয় তেন্তে কোনো সমস্যা নাই।

কিন্তু এই হৃদয়স্পৰ্শী মিঠাইৰ ইংৰাজী নামটো জানেনে? এই মজাৰ প্ৰশ্নটোৰ উত্তৰ দিওঁতে প্ৰায় ৯৯ শতাংশ লোক সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰে। আপুনি ইয়াৰ উত্তৰটো জানেনে? নাজানিলে জানি লওক।

দেশতেই হওক বা বিদেশতেই হওক ৰসগোল্লাক কেৱল ৰসগোল্লা বুলিয়েই জনা যায়। কিন্তু ইংৰাজী অভিধানত ইয়াৰ নাম বেলেগ। ৰসগোল্লাক ইংৰাজীত Syrup Filled Roll বুলি কোৱা হয়। এনে এটা নাম শুনি আচৰিত হৈছে নেকি?  অৱশ্যে গুগলতো ইংৰাজীত ৰাসগুল্লাক "ৰসগুল্লা" বুলিয়েই কোৱা হয়।বেছিভাগ মানুহেই নাজানে যে প্ৰকৃততে ইংৰাজীত ৰসগোল্লাক চিৰাপ ফিল্ড ৰোল বুলি কোৱা হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ