--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইয়াৰফোন লগাই গান শুনাটো বহুতৰে অভ্যাস। আনক আমনি নকৰাকৈ নিজৰ পছন্দ মতে গান শুনিবলৈ ইয়াৰ ফোন লগোৱাৰ বিকল্প নাথাকে। কিন্তু ইয়াৰফোন ব্যৱহাৰৰ ফলত আমাৰ স্বাস্থ্যৰ এপৰত বহু কু-প্ৰভাৱ পৰিব পাৰে। কাণত ইয়াৰফোন লৈ ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোতে  দুৰ্ঘটনা হোৱাৰ ঘটনাও এতিয়া তেনেই সাধাৰণ কথা হৈ পৰিছে।  

ইয়াৰফোনৰ অনিয়ন্ত্ৰিত ব্যৱহাৰৰ ফলত কাণৰ সমস্যা হ’ব পাৰে।  অৱশ্যে, কিছুমান নিয়ম মানি চলিলে জীৱন আৰু কাণ দুয়োটাই  বচাব পৰা যায়। আৰু আপুনি সংগীত শুনাৰ আনন্দৰ পৰা বঞ্চিত নহ'ব।

১. সস্তীয়া ইয়াৰফোন পৰিহাৰ কৰক

যি কোম্পানীৰ ম'বাইল মোবাইল সেই কোম্পানীৰ ইয়াৰফোন ব্যৱহাৰ কৰক। প্ৰতিটো কোম্পানীয়ে তেওঁলোকৰ নিৰ্দিষ্ট ফোনৰ বাবে নিৰ্দিষ্ট ইয়াৰফোন প্ৰস্তুত কৰে। ফোনৰ পৰা নিৰ্গত  তৰংগ, কম্পন আদি গণনা কৰি ইয়াৰফোনৰ শক্তি স্থিৰ কৰা হয়। 

ইয়াৰফোন বেয়া হ'লে বহুলোকে বজাৰৰ পৰা কিনা  সস্তীয়া ইয়াৰফোন  ব্যৱহাৰ কৰে। কিন্তু এনে ইয়াৰফোনত শব্দ তৰংগ আৰু কম্পনৰ পৰিমাণৰ সঠিক জোখ নাথাকে। যি টো কাণৰ বাবে অতি ক্ষতিকাৰক।অধিক পঢ়ক:

২. শব্দৰ প্ৰাবল্য নিয়ন্ত্ৰণত ৰাখক

ইয়াৰফোনত সংগীত শুনি থাকোতে কেতিয়াও সৰ্বোচ্চ 'ভলিউম'ত নুশুনিব। ইয়াৰ ফলত কাণৰ পৰ্দাৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। বহু সময়ত ফোনৰ শব্দ বৃদ্ধি কৰাৰ পিছত  ফোনতো সেই সম্পৰ্কীয় সতৰ্কতামূলক বাৰ্তা আহে।গতিকে এক নিৰ্দিষ্ট স্তৰৰ প্ৰাবল্যৰ সংগীত শুনবলৈ যত্ন কৰা ভাল। তেতিয়া বাহিৰৰ ডাঙৰ শব্দ শুনাতো অসুবিধা নহয় আৰু দুৰ্ঘটনাৰ ভয়ো নাথাকে।
 ৰাস্তাত খোজকাঢ়ি থাকোঁতে বা ৰে’ললাইন পাৰ হওঁতে কাণত ইয়াৰফোন বা ডেডফোন লগাই নৰখাই ভাল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ