--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ শ্বহীদ হ’ল ভাৰতীয় সেনা জোৱান। জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ  মাচেদি অঞ্চলত সোমবাৰে বিয়লি সন্ত্ৰাসবাদীয়ে সেনাৰ  কনভয়ত এক ভয়ংকৰ  আক্ৰমণ চলায়।  এই আক্ৰমণত   চাৰিজন সেনা জোৱান নিহত হোৱাৰ লগতে  ছজন জোৱান আহত হয়।  মাচেদি-কিন্দলী-মালহাৰ পথত সংঘটিত হৈছে এই ঘটনা। ।আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ  চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। সন্ত্ৰাসবাদীয়ে সেনাৰ কনভয়টোৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে ধাৰাসাৰ  গুলীচালনা কৰে ।

 সেনাই লগে লগে প্ৰত্যুত্তৰ দিয়ে যদিও আক্ৰমণটো ইমানেই ভয়াৱহ আছিল যে সেনাই কি হ’ল সেয়া প্ৰথমে তলকিবই নোৱাৰিলে। এই আক্ৰমণৰ পিছতে সমগ্ৰ এলেকাটো সেনাৰ বিশাল বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী আৰম্ভ কৰিছে। উল্লেখ্য বিগত  ৪৮ ঘণ্টাত জম্মু অঞ্চলত ভাৰতীয় সেনাৰ ওপৰত এয়া  দ্বিতীয়টো আক্ৰমণ। দেওবাৰে ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে  আক্ৰমণ চলাইছিল। একেদৰে দেওবাৰে  কুলগাম জিলাত দুটা পৃথক এনকাউণ্টাৰত  ছজন সন্ত্ৰাসবাদী নিহত  হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন