--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া সকলো কথাই ভেজাল হ’ল। কেইটামান টকাৰ লোভতে বহুতে ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ খেলিব পৰা হ’ল। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকলৈ আজি পুনৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক তুলাধুনা দিয়ে। 

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ প্ৰশ্ন, প্ৰশ্ন ফাদিল হোৱাত কেন্দ্ৰৰ অস্বস্তি বৃদ্ধি পাইছে।ইয়াৰ দ্বাৰা কিমানজন প্ৰাৰ্থী উপকৃত হৈছে? তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে?NEET-UGৰ বাবে  প্ৰতি বছৰে চিকিৎসক হোৱাৰ সপোন থকা লাখ লাখ পৰীক্ষাৰ্থীয়ে  যৎপৰোনাস্তি চেষ্টা কৰে। অৱশ্যে সেই পৰীক্ষাতেই প্ৰশ্নকাকত ফাদিল হৈছে।  এনে পৰিস্থিতিত পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা পতাৰ  দাবীত উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে। সেই আটাইকেইটা আবেদনৰ আজিৰ দিনটোত শুনানি গ্ৰহণ কৰা হৈছিল। প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতো কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত কয় যে প্ৰশ্নকাকত বৃহৎ পৰিসৰত ফাদিল হোৱা নাই।  কিছু সংখ্যকৰ হাতলৈহে প্ৰশ্নকাকত যোৱা বুলি কেন্দ্ৰই দিয়া যুক্তি উচ্চতম ন্যায়ালয়ে নাকচ কৰে আৰু কয় যে প্ৰশ্নকাকত ফাদিল হোৱাটো সঁচা কথা। সেয়া লুকুৱাবলৈ চেষ্টা কৰিব নালাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন