--°C
Loading...
Listen to Article
2 min read
80%
০৭ আগষ্ট, দেওবাৰ, ২০২২

মেষ – আপোনাৰ পৰিয়ালক সকলো কামত সহায় কৰক। আজি এটা নতুন কামৰ বাবে আগবাঢ়িব পাৰে। আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব। 

বৃষ – আপুনি আপোনাৰ নিজৰ এলাহ দূৰ কৰিবলৈ সক্ষম হ'ব। আপুনি যথেষ্ট সফলতা লাভ কৰিব। পিতৃৰ প্ৰতি কৃতজ্ঞ অনুভৱ কৰক। মনোবল বৰ্তাই ৰাখক। 

মিথুন – আপুনি কৰ্মক্ষেত্ৰত ভাৰসাম্য বজাই ৰাখিব পাৰিব। আপোনাৰ সহকৰ্মীয়ে আজি আপোনাক ঠগিব পাৰে। হাতলৈ পইচা আহিব পাৰে। 

কৰ্কট -যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধান হওক। সামাজিক অনুষ্ঠানত সন্মানিত হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ।

সিংহ – পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। বাহিৰত আজি কাম থাকিলে বাদ দিয়ক। মৰম বজাই ৰাখক। 

কন্যা – আজি গোটেই দিনটোত আপোনাৰ খং উচ্চ হ’ব। যদি কোনোবাই ধাৰ বিচাৰে, নিদিব। যিকোনো কামত সাফল্য পাব।

তুলা – স্বাস্থ্য আজি যথেষ্ট উন্নত হ’ব। সহকৰ্মীৰ লগত মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত দিনটো যথেষ্ট ইতিবাচক হ’ব।

বৃশ্চিক -কোনো কামতে খৰখেদা নকৰিব।নিজৰ লক্ষ্যত উপনীত হ’বলৈ কষ্ট কৰক। ভাড়াঘৰ সলনি কৰাৰ সম্ভাৱনা আছে। 

ধনু- কামত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা কোনো অনুষ্ঠানৰ আমন্ত্ৰণ পাব আৰু উপহাৰো লাভ কৰাৰ যোগ আছে। 

মকৰ- কামত উন্নতিৰ সম্ভাৱনা অধিক। প্ৰেমত কাজিয়া। মনৰ আশা পূৰণ। গাখীৰ চাহ এৰাই চলক।

কুম্ভ –আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰে। নগদ ধন বিনিয়োগ কৰিলে কামত আহিব পাৰে। প্ৰেমত সংঘাত। 

মীন- আপুনি নিজকে নতুন পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ চেষ্টা কৰিব লাগিব। বাহিৰা বস্তু খাওতে সাৱধান হওক। ঘৰলৈ আলহী আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু