--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি: পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে পাৰ কৰিব ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভৱান হ’ব৷ খৰচ বৃদ্ধি ৷ বয়োজ্যেষ্ঠসকলৰ পৰা মৰম-চেনেহ পাব ৷ অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব ৷ সন্তানৰ দ্বাৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে ৷দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব ।

বৃষ ৰাশি: কৰ্তপক্ষই কামৰ প্ৰশংসা কৰিব ৷ পদোন্নতি, দৰমহা বৃদ্ধি হ’ব ৷ ৰৈ থকা কামবোৰ সম্পন্ন হ’ব ৷ ঘৰত মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: কিবা নহয় কিবা কাৰণত মন অস্থিৰ হৈ থাকিব ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি অনীহা আহিব পাৰে ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ বিনা কাৰণত ব্যয়ৰ সম্ভাৱনা ৷ ব্যৱসায় আশানুৰূপভাৱে ৰূপত নচলিবও পাৰে ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা নাপাব ৷ সন্তানক লৈ দুশ্চিন্তাই বিষণ্ণ কৰি ৰাখিব ৷ পৰিশ্ৰম আৰু প্ৰয়াসৰ কোনো ফল নাপাব ৷

কৰ্কট ৰাশি: শুভ দিন ৷ নতুন কাম হাতত ল’ব পাৰে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰ পৰা দূৰত ৰাখক ৷  কৰ্মক্ষেত্ৰত পৰিৱেশ প্ৰতিকূল ৷ পৰিয়ালৰ সুখ-শান্তি বিঘ্নিত নকৰিব ৷ মানসিক ক্ষোভ আৰু অস্থিৰতা হ’ব পাৰে ৷ মন বেয়া নকৰিব ৷

সিংহ ৰাশি: দিনটো আশানুৰূপ নহ’ব ৷ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ’ব ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ ব্যৱসায় সম্বন্ধীয় বিবাদৰ পৰা দূৰত থাকিব ৷ স্বাস্থ্য ভালে থাকিব ৷ সামাজিক, ৰাজহুৱা কামকাজ ভালকৈ সম্পন্ন হ’ব।

কন্যা ৰাশি: আৱেগিক হৈ পৰিব। সাংসাৰিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷  উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ সকলো দিশৰপৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ বেমাৰত যদি ভুগি আছে, তেতিয়া হ’লে সুস্থ হৈ উঠিব ৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷তুলা ৰাশি: ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷ দিনটো আনন্দ আৰু সন্তুষ্টিৰে পাৰ কৰিব ৷ গ্ৰহ ভাল ৷ সৃজনশীলতা আৰু মৌলিক প্ৰতিভাৰ ক্ষেত্ৰত উৎসাহ লাভ কৰিব ৷ সন্তানে সুখ-সমৃদ্ধি বৃদ্ধি কৰিব ৷ দিনটো প্ৰাণৱন্ত আৰু তজবজীয়া অনুভৱ কৰিব ৷

বৃশ্চিক ৰাশি: দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ দিনটো মন বেয়া হৈ থাকিব ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে ৷ পানী পৰা দূৰত থাকিব ৷ বদনাম হ’বলৈ নিদিব ৷ নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷

ধনু ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব ৷ পৰিয়ালৰ লগত আন্তৰিকতা বৃদ্ধি ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে ৷ বন্ধু আৰু সতীৰ্থসকলৰ সৈতে দিনটো আনন্দৰে পাৰ কৰিব ৷ ভ্ৰমণৰ সম্ভাৱনা আছে ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি ৷

মকৰ ৰাশি: শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে অপ্ৰত্যাশিত লাভ পাব পাৰে ৷ পৰিয়ালত কোনোবাৰ বেমাৰ হোৱাৰ কাৰণে উদ্বেগ বাঢ়িব ৷ ঘৰুৱা পৰিৱেশ বৰ ভাল নহ’ব ৷ পৰিয়ালৰ লোকসকলৰ মাজত মাজত অসন্তোষ আৰু অস্থিৰতা বিৰাজ কৰিব ৷ সন্তানসকলে পঢ়াশুনাত প্ৰয়োজনৰ তুলনাত অধিক পৰিশ্ৰম কৰিব লাগিব ৷ সুস্থ মনোভাৱৰ ফলত সকলো ধৰণৰ নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব ৷

কুম্ভ ৰাশি: দিনটো প্ৰাণৱন্ত আৰু উলহ মালহেৰে পূৰ্ণ হৈ থাকিব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷ স্পষ্ট মনোভাৱ আৰু আধ্যাত্মিকতাই মনটো ফুৰ্তিত ৰাখিব 

মীন ৰাশি: কোনো কামতে মন নবহিব ৷ মনটো বিমৰ্ষ হৈ থাকিব ৷ কোনো বস্তুৰ প্ৰতি আগ্ৰহ নাথাকিব ৷ ধৰ্মীয় বিষয়ত অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ বিনিয়োগ কৰাৰ সময়ত ভালকৈ ভাবি চিন্তি ল’ব ৷ পৰিয়ালৰ লোকৰ সৈতে অলপ সংঘাত হ’ব পাৰে, যাৰ ফলত সংক্ষিপ্ত বিচ্ছেদো হ’ব পাৰে৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে দিনটো ভালে যাব ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ