--°C
Loading...
Listen to Article
2 min read
80%
০৯/০২/২০২২, বুধবাৰ মেষ-আজিৰ দিনটোত কৰ্মত শুভ হ'ব। খেতিয়ক সকলৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। বৃষ-বৃষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব। দেহ-মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়। মিথুন-প্ৰেমত শুভ হ'ব। আজি আপুনি সজাগ নহ'লে ক্ষতি হোৱাৰ যোগ দেখা যায়। কৰ্কট-আজিৰ দিনটোত কৰ্মত সফল হ'ব। আজি আপুনি সজাগ নহ'লে সামান্য কষ্ট পাব পাৰে। সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। সিংহ-প্ৰেমত শুভ হ'ব। কৰ্মত শুভ হ'ব। লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়। কন্যা-আজিৰ দিনটোত শুভ সংবাদ লাভ হ'ব। শিল্পী সকলৰ শুভ হ'ব। কৰ্মতক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়। তুলা-আজিৰ দিনটোত কৰ্মতক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমত শুভ হ'ব। ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়‌। বৃশ্চিক-আজিৰ দিনটোত কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰিব। কৰ্মত উন্নতি হ'ব। কৰ্মত সন্মান লাভ হোৱাৰ যোগ দেখা যায়। ধনু-আৰ্থিক দিশত শুভ হ'ব। কৰ্মত সফল হ'ব। আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। মকৰ-মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হ'ব। আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। কুম্ভ-কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হ'ব। কৰ্ম প্ৰচেষ্টাত সফল হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। মীন-মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব। বিবাহ প্ৰাৰ্থীসকলৰ শুভ হ'ব। মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু