--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডে্কঃ বিশ্বকাপত একেৰাহে ৭খন মেচত জয়লাভ কৰি ভাৰতীয় দলটোৱে এক বৃহৎ ছন্দত ব্যস্ত হৈ পৰিছে। বৃহস্পতিবাৰে মুম্বাইত শ্ৰীলংকাক ৩০২ ৰানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অষ্টমখন খেল খেলিবলৈ আহিছে কলকাতালৈ। ইয়াৰ পূৰ্বে ৰোহিত শৰ্মাই বিশ্বকাপ জয়ৰ সন্দৰ্ভত এজন অনুৰাগীৰ প্ৰশ্নৰ উত্তৰ দিছিল।

শুকুৰবাৰে বিয়লি কলকাতালৈ যোৱা এখন বিমান ধৰিবলৈ মুম্বাই বিমানবন্দৰত প্ৰৱেশ কৰিছিল ৰোহিতে। তাত বহু সমৰ্থক উপস্থিত আছিল। তাৰে এজনে ৰোহিতলৈ প্ৰশ্ন এটা দলিয়াই দিলে, "এইবাৰ বিশ্বকাপ আমাৰ হ'ব নে?" ৰোহিতে অলপ হাঁহিলে। তাৰ পিছত তেওঁ তিনিটা শব্দত উত্তৰ দিলে, "এতিয়াও সময় আছে।" ৰোহিতৰ আশ্বাস শুনি অনুৰাগীসকলে আনন্দত ফাটি পৰে।

কলকাতাৰ মেচখনক লৈ তেওঁ কয়, ‘দক্ষিণ আফ্ৰিকাই ভাল ক্ৰিকেট খেলিছে। আমিও ভাল খেলি আছো। গতিকে সেই মেচখন অনুৰাগীৰ বাবে এক ডাঙৰ যুঁজ হ’ব৷ মোৰ বিশ্বাস কলকাতাৰ অনুৰাগীয়ে অতি ভাল মেচ এখন চাব আৰু উপভোগ কৰিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ