--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২ৰ মুকলি অনুষ্ঠান চলি আছে, য’ত বিশ্বৰ কিছুমান শ্ৰেষ্ঠ খেলুৱৈয়ে ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ২৮ জুলাই বৃহস্পতিবাৰৰ পৰা ৮ আগষ্ট সোমবাৰলৈকে হ’ব চি ডব্লিউ জি ২০২২।

বাৰ্মিংহামত বহু ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতীয় প্ৰতিযোগীসকলৰ গোটেই সময় সূচীখন জানো আহক: 


তাৰিখ: ৩০ জুলাই, ২০২২
১.নিতেন্দ্ৰ ৰাৱতঃ পুৰুষৰ মাৰাথন

তাৰিখ: ২ আগষ্ট, ২০২২
১.অবিনাশ চেবল: পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচিজ
২. মুৰালী শ্ৰীশংকৰঃ পুৰুষৰ লং জাম্প
৩.মহম্মদ আনিস য়াহিয়া: পুৰুষৰ লং জাম্প
৪.ধনলক্ষ্মী সেকাৰঃ মহিলাৰ ১০০ মিটাৰ দৌৰ
৫.জ্যোথি য়াৰাজীঃ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছ
৬.মনপ্ৰীত কৌৰঃ মহিলাৰ শ্বট-পুট
৭.নৱজিৎ কৌৰ ধিল্লনঃ মহিলাৰ ডিছকাছ থ্ৰ’

তাৰিখ: ৩ আগষ্ট, ২০২২
১.ঐশ্বৰ্য বি: মহিলাৰ ট্ৰিপল জাম্প

তাৰিখ: ৫ আগষ্ট, ২০২২
১. আব্দুল্লা আবুবেকাৰ: পুৰুষৰ ট্ৰিপল জাম্প
২. প্ৰবীণ চিত্ৰভেলঃ পুৰুষৰ ট্ৰিপল জাম্প
৩. এলডোছ পল: পুৰুষৰ ট্ৰিপল জাম্প
৪. ডি পি মানুঃ পুৰুষৰ জেভেলিন থ্ৰো
৫. ৰোহিত যাদৱঃ পুৰুষৰ জেভেলিন থ্ৰো
৬. সন্দীপ কুমাৰঃ পুৰুষৰ ১০ কিলোমিটাৰ দৌৰ খোজকাঢ়ি
৭.অমিত খাত্ৰীঃ পুৰুষৰ ১০ কিলোমিটাৰ দৌৰ 
৮.ঐশ্বৰ্য বি: মহিলাৰ লং জাম্প
৯. এন্সি চোজান: মহিলাৰ লং জাম্প
১০. অন্নু ৰাণীঃ মহিলাৰ জেভেলিন থ্ৰো
১১.শিল্পা ৰাণীঃ মহিলাৰ জেভেলিন থ্ৰো
১২. মঞ্জু বালা সিংঃ মহিলাৰ হেমাৰ থ্ৰো
১৩ .সৰিতা ৰোমিত সিংঃ মহিলাৰ হেমাৰ থ্ৰো

তাৰিখ: ৬ আগষ্ট, ২০২২
১. আমোজ জেকব: পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে
২. নোহ নিৰ্মল টমঃ পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে
৩. আৰোকীয়া ৰাজীৱঃ পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে
৪. মহম্মদ আজমলঃ পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে
৫. নাগনাথন পাণ্ডীঃ পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে
৬. ৰাজেশ ৰমেশঃ পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে
৭. ভৱনা জাতঃ মহিলাৰ ১০ কিলোমিটাৰ দৌৰ খোজকাঢ়ি
৮. প্ৰিয়ংকা গোস্বামীঃ মহিলাৰ ১০ কিলোমিটাৰ দৌৰ    খোজকাঢ়ি
৯. হিমা দাসঃ মহিলাৰ ৪x১০০ মিটাৰ ৰিলে
১০.ডুটি চান্দঃ মহিলাৰ ৪x১০০ মিটাৰ ৰিলে
১১.শ্ৰবানী নন্দঃ মহিলাৰ ৪x১০০ মিটাৰ ৰিলে
১২. এম ভি জিলনাঃ মহিলাৰ ৪x১০০ মিটাৰ ৰিলে
১৩. এন এছ চিমি: মহিলাৰ ৪x১০০ মিটাৰ ৰিলে






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ