--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ভয়াৱহ ৰূপ লৈছে কৰ’নাই৷ বৃহস্পতিবাৰৰ দিনটোতে আক্ৰান্ত হৈছে ৮১,৪৬৬জন লোক আৰু মৃত্যু ঘটিছে ৪৬৯জন লোকৰ৷ কালিৰ আক্ৰান্তৰ সংখ্যাৰ পাছতে দেশত ১২৩ কোটিলৈ বৃদ্ধি পায়৷

আৰু পঢ়িব পাৰিব : ইভিএম নিয়াক লৈ হিংসাত্মক কাৰ্য : আহত ২জন

ক’ভিডে মহাৰাষ্ট্রত সবাতোকৈ শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে পুনৰ। মহাৰাষ্ট্রত বৃহস্পতিবাৰে আক্ৰান্ত ৪৩,১৮৩জন লোক৷ মুম্বাইত নতুনকৈ আক্ৰান্ত ৮,৬৪৬জন লোক৷ ক’ভিডৰ পুনৰ সংক্ৰমণলৈ লক্ষ্য কৰি মহাৰাষ্ট্রত শীঘ্ৰেই কঠোৰ লকডাউনৰ সম্ভাৱনা বৃদ্ধি পাইছে৷

আৰু পঢ়িব পাৰিব : ওদালগুৰিত নিৰ্বাচনী হিংসা : বিপিএফৰ পোলিং এজেণ্টক আক্ৰমণ !

ইপিনে ক’ভিডক লৈ দিল্লী চৰকাৰেও বিশেষ সতৰ্কতা অৱলম্বন কৰে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জৰুৰী বৈঠকৰ আহ্বান জনায়৷ কালিৰ দিনটোত ২,৭৯০জন নতুন ক’ভিড ৰোগী চিনাক্ত হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ