--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাজ্যত অব্যাহত আছে কৰ’না সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ১,৭৮২ জন লোক৷ কালিৰ দিনটোত ১,২৭,৪৯০ গৰাকী লোকক ক'ভিড টেষ্ট কৰা হয়৷ শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ১.৪০ শতাংশ৷ গোলাঘাট জিলাত আক্ৰান্ত হয় ১৭৫ জন লোক৷

গুৱাহাটীত ১৭৪, লখিমপুৰত ১২৭ জন আক্ৰান্ত হয়৷ কালি মৃত্যু হৈছে ২৪ জন লোকৰ৷ সামগ্ৰিকভাৱে আৰোগ্যৰ হাৰ ৯৫.৪৯লৈ বৃদ্ধি পাইছে৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ১৮,২২২ গৰাকীকৈ লোক৷ বৰ্তমানলৈ ৰাজ্যত ১,৬৭,৭৫,০১২ জনে কৰ'না টেষ্ট কৰে৷ তাৰে ভিতৰত ক'ভিড পজিটিভ হয় ৫,৪৪,২২৭জনে আৰু আৰোগ্যলাভ কৰে ৫,১৯,৬৯৭জনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ