--°C
Loading...
Listen to Article
2 min read
80%

লখিমপুৰঃ নাৰায়ণপুৰত সংঘটিত হৈছে শোকাৱহ ঘটনা! পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে ফাৰ্মাচীৰ ঔষধ ব্যৱহাৰ কৰাৰ ফলত মৃত্যু ঘটিছে ২৫ দিনীয়া নৱজাতকৰ৷ নাৰায়ণপুৰৰ মেৰমুখত সংঘটিত হৈছে এই ঘটনা৷ দুদিন ধৰি চৰ্দি হৈ থকা সদ্যোজাত শিশুটিৰ চিকিৎসাৰ বাবে ওচৰৰে এখন ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিছিল ঔষধ৷

ফাৰ্মাচীখনৰ পৰা ক্ৰয় কৰা ঔষধ সেৱন কৰাৰ পাছতে নাকেমুখে তেজ নিগৰে শিশুটিৰ৷ শিশুটিৰ পিতৃ-মাতৃ আজি নাৰায়ণপুৰ আৰক্ষীৰ কাষ চপাৰ পাছতে পুতি থোৱা অৱস্থাৰ পৰা খান্দি উলিওৱা হয় মৃত শিশুটি। স্থানীয় দণ্ডাধীশৰ উপস্থিতিত নাৰায়ণপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ ইতিমধ্যে, মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে শিশুটিৰ মৃতদেহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ