--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক'ৰ'নাৰ তাণ্ডৱ শাম কটাই নাই। অথচ ইতিমধ্যেই আহি হাজিৰ হৈছে নিপা ভাইৰাছ।হয় ঠিকেই পঢ়িছে,কেৰালাত এইবাৰ আহিছে নিপা ভাইৰাছ।ৰাজ্যখনৰ স্বাস্হ্য মন্ত্ৰী বীনা জৰ্জে প্ৰকাশ কৰে যে নিপা ভাইৰাছৰ সংক্ৰমণৰ ফলত এগৰাকী বাৰ বছৰীয়া কিশোৰৰ আজি পুৱা পাঁচ বজাত কেৰালাৰ এখন চিকিৎসালয়ত মৃত্যু হয়।


পুনে নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজীয়ে যাৱতীয় পৰীক্ষাৰ অন্তত শিশুটিৰ দেহত নিপা ভাইৰাছৰ অৱস্থিতি নিশ্চিত কৰে।

কেন্দ্ৰীয় চৰকাৰেও কেৰেলাত নিপা ভাইৰাছৰ সংক্ৰমণৰ এই ঘটনাক যথেষ্ট গুৰুত্বসহকাৰে লৈছে।ইতিমধ্যেই চৰকাৰে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ এটা দল ৰাজ্যখনলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে , এই মাৰাত্মক নিপা ভাইৰাছ বাদুলীৰ লেলাৱতিৰ মাধ্যমত মানুহৰ দেহলৈ বিয়পে । কেৰালাৰ স্বাস্হ্যমন্ত্ৰী জনে সাংবাদিকৰ আগত কয় যে ইতিমধ্যে মৃত্যু হোৱা কিশোৰটিৰ সংস্পৰ্শলৈ অহা লোকসকলক পৃথকে ৰখা হৈছে।অৱশ্যে আশাব্যঞ্জকভাৱে এতিয়ালৈকে তেওঁৰ সংস্পৰ্শলৈ অহা কোনো ব্যক্তিৰ দেহতে মাৰাত্মক ৰোগবিধৰ লক্ষণ পৰিলক্ষিত হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক