--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পূৰ্বে বিৰোধী দল কংগ্ৰেছত প্ৰবল খহনীয়া আৰম্ভ হৈছে৷ আজি বিজেপিত যোগদান কৰে কংগ্ৰেছৰ মহানগৰ সমিতিৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈসহ কংগ্ৰেছৰ মহানগৰ সমিতিৰ ৫২গৰাকী কৰ্মীয়ে৷ এই যোগদান কাৰ্যসূচীত বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিত থাকে৷

কাৰ্যসূচীত ভাগ লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, পমুৱাসকলক ভালপোৱাসকল ভ্ৰষ্টাচাৰী দলৰ লগত থাকিব৷ অসম আৰু জাতিক ভালপোৱাসকল থাকিব বিজেপিৰ লগত৷ ইয়াৰ লগতে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই বিজেপিত যোগ্যসকলক যোগ্য স্থান দিয়া হয় বুলি মন্তব্য কৰে।

ইপিনে বিজেপিত যোগদান কৰিয়ে জুৰি শৰ্মা বৰদলৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কংগ্ৰেছত নেতৃত্বৰ অভাৱ হোৱা বুলিও তেওঁ অভিযোগ কৰে। কংগ্ৰেছৰ জনসাধাৰণক দিবলৈ একো নাই বুলি মন্তব্য কৰি তেওঁ অভিযোগ কৰে যে, কংগ্ৰেছে এতিয়া পূৰ্ববংগীয়সকলক লৈ ৰাজনীতি কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ