--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুষ্কা আজি ইডেনৰ গেলেৰীত নাই। অৱশ্যে শতকৰ পাছত বিৰাটক অভিনন্দন জনাবলৈ পাহৰা নাছিল অভিনেত্ৰীগৰাকীয়ে। তাৰ প্ৰমাণ ছচিয়েল মিডিয়া পেজ। তাতেই আহিল শুভেচ্ছা। বিৰাটৰ শতকৰ মুহূৰ্তৰ ছবিখন লৈ অনুষ্কাই লিখিছে, "জন্মদিনত নিজৰ বাবে উপহাৰ!"




যদিও ইডেনৰ দৰ্শকৰ মাজত অনুষ্কা উপস্থিত নাছিল, তথাপিও অভিনেত্ৰীগৰাকীয়ে বিৰাটৰ ইনিংছ বাদ নিদিলে। ছ’চিয়েল মিডিয়াৰ পৃষ্ঠাত তেওঁৰ আভাস দেখা গ’ল। দেওবাৰে পুৱা স্বামীৰ জন্মদিন উপলক্ষে অনুষ্কাই এটা পোষ্ট কৰে।

তাত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “তেওঁ আক্ষৰিক অৰ্থত জীৱনৰ প্ৰতিটো চৰিত্ৰতে ব্যতিক্ৰমী হৈ আহিছে। তাৰ পিছতো কোনোবা নহয় কোনোবা প্ৰকাৰে তেওঁ টুপীত নতুন পাখি যোগ কৰি থাকে।'' অভিনেত্ৰীগৰাকীৰ পোষ্টৰ কেইঘণ্টামান পিছতে বিৰাটৰ টুপীত আৰু এটা পাখি সংযোজন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ